ৰাষ্ট্ৰীয়

September 1, 2024 12:52 PM September 1, 2024 12:52 PM

views 4

মঙলবাৰে প্রধানমন্ত্ৰী মোদী চৰকাৰী ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্ৰী মোদী ব্রুনেইৰ চুলতান হাজী হছল বোলকিয়াৰ আমন্ত্ৰম মর্মে ৩ ছেপ্তেম্বৰত ব্ৰুনেৰ ডাৰুচ্ছালামত উ...

August 31, 2024 8:35 PM August 31, 2024 8:35 PM

views 14

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই- বেংগালুৰু আৰু চেন্ন...

August 31, 2024 8:12 PM August 31, 2024 8:12 PM

views 17

প্রধানমন্ত্ৰী মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্রস্তুতি অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এই পিয়লৰ বাবে জিলা পৰ্যায়ৰ গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম পশুপালন...

August 31, 2024 8:10 PM August 31, 2024 8:10 PM

views 13

গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্রযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰ...

August 31, 2024 7:56 PM August 31, 2024 7:56 PM

views 12

অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ’বঃ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱ

♦ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কৈছে যে, অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ'ব। তেওঁ আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আয়ুৰ্বেদক প্ৰত্যেক ঘৰলৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়াস পূৰণ কৰিবলৈ মন্ত্ৰ্যালয় বদ্ধপৰিকৰ। ...

August 31, 2024 6:07 PM August 31, 2024 6:07 PM

views 15

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰ...

August 31, 2024 5:56 PM August 31, 2024 5:56 PM

views 11

দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী জিতন ৰাম মাঝিৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। দেশত খাদী সামগ্ৰীৰ প্ৰচলনৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহত খাদী আৰু গ্ৰমোদ্যোগ আয়োগে এই মহোৎসৱৰ আয়োজন কৰিছে। বৈঠকত শ্রী মাঝিয়ে খাদী আৰু ...

August 31, 2024 5:42 PM August 31, 2024 5:42 PM

views 13

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত হেমন্ত ছোৰেন চৰকাৰক উৎখাট কৰিবলৈ সমৰ্থ হ’ব

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দলীয় দায়িত্বত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, বিজেপিয়ে চম্পাই ছোৰেনক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰিব। ৰাঁছীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, শ্ৰী ছোৰেনক দলৰ কৰ্ণধাৰ সমিতিত অন্তৰ্ভুক্ত কৰা হ'ব। চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে ৰাজ...

August 31, 2024 5:35 PM August 31, 2024 5:35 PM

views 12

আপৰ নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্তৰ দাবী উত্থাপনেৰে ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ বিজেপিৰ বিধায়কৰ দলৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক বিজেপিৰ এটা বিধায়কৰ দলে সাক্ষাৎ কৰি আম আদমী পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰক বৰ্খাস্ত কৰাৰ বাবে দাবী উত্থাপন কৰে। দিল্লী বিধানসভাৰ বিৰোধী নেতা বিজেন্দ্ৰ গুপ্তাৰ নেতৃত্বত যোৱা দলটোৱে ৰাষ্ট্ৰপতি গৰাকীক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল নেতৃত্বা...

August 31, 2024 5:23 PM August 31, 2024 5:23 PM

views 7

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ উত্তৰাখণ্ড ভ্ৰমণ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ড ভ্ৰমণ কৰিব। ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় পেট্রোলিয়াম প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু ফেকাল্টিসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ৰ লগতে এইমছ হৃষিকেশো ভ্ৰমণ কৰিব...