ৰাষ্ট্ৰীয়

September 1, 2024 12:48 PM September 1, 2024 12:48 PM

views 9

দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ বাবে চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব

চৰকাৰে দেশত বহনক্ষম বৈদ্যুতিন যন্ত্রাংশ নিৰ্মাণৰ প্ৰসাৰৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। নতুন দিল্লীত কালি ই টি-বিশ্ব নেতা মঞ্চত ভাষণ দি তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, দেশত ব্যৱহৃত ৯৯ শতাংশৰো অধিক মোবাইল দেশতে নির্মিত। তেওঁ কয় যে, চলিত বৰ্ষত এপেল নামৰ কোম্পান...

September 1, 2024 12:41 PM September 1, 2024 12:41 PM

views 4

ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। তেওঁ লগতে দেশত ব্যৱসায়ৰ সা-সুবিধা, সংস্কাৰ, সুস্থিৰ নীতিগত ব্যৱস্থা আৰু উচ্চ বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্রধানমন্ত্রীয়ে কালি ই টি- বিশ্ব নেতা মঞ্চত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকল...

August 31, 2024 8:53 PM August 31, 2024 8:53 PM

views 12

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ'চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প...

August 31, 2024 8:46 PM August 31, 2024 8:46 PM

views 15

নতুন দিল্লীত জৈৱ প্ৰযুক্তি নীতি-২০২৪ মুকলি ন্ত্ৰী ড০ জিতেন্দ্র সিঙৰ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি-২০২৪ মুকলি কৰে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয় যে, এই নীতিৰ ফলত দেশত উচ্চ ক্ষমতাসম্পন্ন জৈৱ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব। তেওঁ লগতে কয় যে, বিশ্বৰ ভৱিষ্যতৰ অৰ্...

September 1, 2024 12:52 PM September 1, 2024 12:52 PM

views 4

মঙলবাৰে প্রধানমন্ত্ৰী মোদী চৰকাৰী ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ’ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্ৰী মোদী ব্রুনেইৰ চুলতান হাজী হছল বোলকিয়াৰ আমন্ত্ৰম মর্মে ৩ ছেপ্তেম্বৰত ব্ৰুনেৰ ডাৰুচ্ছালামত উ...

August 31, 2024 8:35 PM August 31, 2024 8:35 PM

views 14

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ স্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মাডুৰাই- বেংগালুৰু আৰু চেন্ন...

August 31, 2024 8:12 PM August 31, 2024 8:12 PM

views 17

প্রধানমন্ত্ৰী মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্রস্তুতি অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এই পিয়লৰ বাবে জিলা পৰ্যায়ৰ গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম পশুপালন...

August 31, 2024 8:10 PM August 31, 2024 8:10 PM

views 13

গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্রযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰ...

August 31, 2024 7:56 PM August 31, 2024 7:56 PM

views 12

অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ’বঃ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱ

♦ আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে কৈছে যে, অহা ৫ বছৰত ১০ খন নতুন আয়ুষ প্রতিষ্ঠান মুকলি কৰা হ'ব। তেওঁ আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আয়ুৰ্বেদক প্ৰত্যেক ঘৰলৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ প্ৰয়াস পূৰণ কৰিবলৈ মন্ত্ৰ্যালয় বদ্ধপৰিকৰ। ...

August 31, 2024 6:07 PM August 31, 2024 6:07 PM

views 15

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজন হৈছে। শ্ৰী মোদীয়ে নাৰী নিৰ্যাতনৰ গোচৰৰ বিচাৰ প্ৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।