ৰাষ্ট্ৰীয়

October 6, 2024 11:24 AM

views 36

বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে খাদী ইণ্ডিয়াক প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কালি খাদী ইণ্ডিয়াক বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ বাবে অভিনন্দন জনাইছে। গান্ধী জয়ন্তী উপলক্ষে নতুন দিল্লীৰ খাদী ভৱনত মাত্ৰ এদিনতে দুই কোটি ১ লাখ ৩৭ হাজাৰ টকাৰ সামগ্ৰী বিক্ৰী হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্রীয়ে এই কৃতিত্...

October 6, 2024 11:18 AM

views 10

উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয় বৰঞ্চ ভাৰতৰ সাৰমৰ্মক মূৰ্ত কৰি তোলা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এখন সজীৱ ছবিঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নতুন দিল্লীত কালি এটা ব্যক্তিগত অনুষ্ঠানত ভাষণ দি কয় যে, উত্তৰ- পূৰ্বাঞ্চল দেশৰ হৃদয় আৰু আত্মা। তেওঁ কয় যে, উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয় বৰঞ্চ ভাৰতৰ সাৰমৰ্মক মূৰ্ত কৰি তোলা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এখন সজীৱ ছবি। উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ...

October 5, 2024 1:21 PM

views 29

চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ২...

October 5, 2024 1:17 PM

views 28

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ...

October 5, 2024 1:01 PM

views 26

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত ৫ লাখ ৪৩ হাজাৰ ৬০০ কিলোগ্ৰামতকৈ অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছ যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত ৫ লাখ ৪৩ হাজাৰ ৬০০ কিলোগ্ৰামতকৈ অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। গান্ধীনগৰত কালি এখন ৰাজহুৱা সভাত ভাষণ দি শ্ৰীশ্বাহে কয় যে, কেন্দ্ৰীয় চৰকাৰে যুৱ সমাজক সুৰক্ষিত কৰাৰ বাবে ভাৰতক নিচামুক্ত দেশ হিচ...

October 5, 2024 12:59 PM

views 48

দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলৰ প্ৰশংসা

কেন্দ্ৰীয় কেবিনেটে দেশৰ ৫টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত দেশৰ শিক্ষাবিদ তথা গৱেষকসকলে প্ৰশংসা কৰিছে। কেন্দ্ৰীয় কেবিনেটে যোৱা বৃহস্পতিবাৰে অসমীয়া, বঙালী, মাৰাঠী, পালি আৰু প্রাকৃত ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এই মর্যাদাই ভাষাসমূহৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰসাৰৰ ক্ষেত্ৰ...

October 5, 2024 11:49 AM

views 18

৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজো

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজো অহা সোমবাৰে ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই প্ৰকাশ কৰি বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জছোৱালে কয় যে, এয়া হ'ব মুইজোৰ দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা জুন মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ...

October 5, 2024 11:46 AM

views 28

ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ ইছলামাবাদলৈ যাব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে অহা ১৫ আৰু ১৬ অক্টোবৰত ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে ইছলামাবাদলৈ যাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কালি বিয়লি দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা নিশ্চিত কৰে। জাকীৰ নায়কৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভ...

October 5, 2024 11:39 AM

views 26

এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ যাব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২৩,৩০০ কোটি ব্যয় সাপেক্ষ কৃষি তথা পশুপালন ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচী মুকলি কৰিব। তেওঁ বানঝাৰা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত বানঝাৰা বিৰাছত সংগ্ৰহালটো মুকলি কৰিব। ইয়াৰ পাছতেই প্রধানমন্ত্ৰীয়ে থানেত ৩২...

October 5, 2024 9:43 AM

views 52

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। কিছু সময় আগতে আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।