ৰাষ্ট্ৰীয়

October 7, 2024 11:08 AM

views 34

কাইলৈ হাৰিয়ানা, জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

হাৰিয়ানা তথা জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই উপলক্ষে প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ৯০ খন আসনৰ বাবে কাইলৈ হ'বলগীয়া ভোটগ্রহণ উপলক্ষে জিলা সদৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৯ চনত সংব...

October 7, 2024 11:05 AM

views 44

মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপসমূহ ত্বৰান্বিত কৰিবলৈ ১০০০ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে: জিতেন্দ্র সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙে কৈছে যে, মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপসমূহ ত্বৰান্বিত কৰিবলৈ এহেজাৰ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীত মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মতপ্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত মহাকাশ সম্পৰ্কীয় ষ্টাৰ্ট আপৰ সংখ...

October 7, 2024 11:02 AM

views 47

গুজৰাট চৰকাৰে আজিৰে পৰা বিকাশ সপ্তাহ পালন কৰিব

গুজৰাট চৰকাৰে ২০০১ চনত নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ বিকাশৰ যাত্ৰা উদযাপন কৰাৰ উদ্দেশ্যে আজিৰ পৰা বিকাশ সপ্তাহ পালন কৰিব। কেবিনেট মন্ত্ৰী ৰুচিকেশ পেটেলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি এই সপ্তাহটোত উল্লেখযোগ্য স্থানসমূহত বিকাশ পদযাত্ৰাকে...

October 7, 2024 10:57 AM

views 39

প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কালি প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন কৰে। এই প্রতীকে ধৰ্মীয় আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লগতে সাগৰ মন্থনত উৎপত্তি হোৱা পৱিত্ৰ অমৃত কলহক চিহ্নিত কৰিছে। এই প্রতীকটোত সনাতন সভ্যতাৰ প্ৰকৃতি আৰু মানৱতাৰ সংগমক প্ৰতিনিধিত্ব কৰা এটা মন্দিৰ, ঈশ্বৰৰ...

October 7, 2024 10:54 AM

views 27

বাওপন্থী সন্ত্রাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে গৃহমন্ত্ৰীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওপন্থী সন্ত্রাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বাওপন্থী সন্ত...

October 7, 2024 9:28 AM

views 22

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে প্রধানমন্ত্ৰী মোদী আলোচনাত মিলিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত মা...

October 6, 2024 8:22 PM

views 28

মুম্বাইৰ ছেমবুৰৰ অগ্নিকাণ্ডত নিহতসকলৰ নিকতাত্মীয়লৈ মুখ্যমন্ত্রী একনাথ সিন্দেৰ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে আজি মুম্বাইৰ ছেমবুৰৰ অগ্নিকাণ্ড সংঘটিত স্থান পৰিদৰ্শন কৰি নিহতসকলৰ নিকতাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, চৰকাৰে এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুগৰাকী লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ছেমবুৰ অঞ্চলৰ...

October 6, 2024 8:03 PM

views 14

উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰেলৱেৰ ৪০০খন বিশেষ ৰেল মুকলি

ভাৰতীয় ৰেলৱেই উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৪০০খন বিশেষ ৰেল মুকলি কৰিছে। নৱৰাত্ৰিৰ পৰা ষট্ পূজালৈ এই উৎসৱৰ সময়ছোৱাত বিশেষ ৰেলসমূহে ৫,৯৭৫টা যাত্ৰা সম্পূৰ্ণ কৰিব। যোৱা বছৰো ৰেল বিভাগে উৎসৱৰ বতৰত ৪,৪২৯টা ৰেল যাত্ৰা কৰাইছিল। যাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি হ'লে ৰেলৰ যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰা ...

October 6, 2024 11:36 AM

views 17

কাইলৈ নতুন দিল্লীত বাওঁ উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে  কেন্দ্রীয় গৃহমন্ত্রীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত বাওঁপন্থী উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰিব। এই বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, চত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্য...

October 6, 2024 11:29 AM

views 27

বিকশিত ভাৰতৰ অবিৰত যাত্ৰাত এখন দেশ এটা নির্বাচন নীতি গ্রহণ কৰিলে আমাৰ দেশ লাভৱান হ’বঃ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

এখন দেশ এটা নিৰ্বাচনৰ উচ্চ পৰ্যায়ৰ সমিতিৰ নেতৃত্ব দিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে, দেশে বিকশিত ভাৰতৰ অবিৰত যাত্ৰাত এখন দেশ এটা নির্বাচন নীতি গ্রহণ কৰিলে লাভৱান হ'ব। নতুন দিল্লীত ৩০ সংখ্যক লাল বাহাদুৰ শাস্ত্রী স্মৃতিচাৰণ বক্তৃতা প্ৰদান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।