ৰাষ্ট্ৰীয়

October 4, 2024 7:56 PM

views 22

ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাৰ সমাজ – এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাসমূহৰ সমাজ - এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় য...

October 4, 2024 7:54 PM

views 22

মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকৰ অধিকাৰ সুৰক্ষা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : কিৰেণ ৰিজিজু

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কয় যে, চৰকাৰ মুছলমান সম্প্ৰদায়ৰ প্ৰান্তীয় লোকসকলৰ অধিকাৰ সুৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সংসদৰ সমাগত শীতকালীন অধিবেশনত যুটীয়া সংসদীয় সমিতিৰ সকলো পৰামৰ্শ বিবেচনাৰ জৰিয়তে ৱাফ সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব বুলি তেওঁ সদৰি কৰে । নাগপুৰত এখন...

October 4, 2024 7:51 PM

views 22

ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ’ব : অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেল বিভাগক কোনো পৰিস্থিতিতে ব্যক্তিগতকৰণ কৰা নহ'ব বুলি নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে নাচিকত আয়োজিত ৰেল সুৰক্ষা বাহিনীৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কুছকাৱাজ প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ মধ্যবিত্ত তথা দৰিদ্ৰসকলৰ ব...

October 4, 2024 7:46 PM

views 17

আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ সমবায় মন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কয় যে, সমবায় আৰ্হিটোৱে হৈছে বিশ্বৰ একমাত্ৰ আৰ্হি যাৰ জৰিয়তে জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ দি এইদৰে উল্লেখ কৰ...

October 4, 2024 6:44 PM

views 14

মিৰ্জাপুৰত পথ দুৰ্ঘটনাত ১০জন লোক নিহত, ৩ আহত

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতি নিশা ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁলোকক উচিত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। ইপিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্...

October 4, 2024 6:40 PM

views 11

নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক গোলকীয় সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাজস্থানত এখন নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক এখন গোলকীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে, আধ্যাত্মিকতাৰ জৰিয়তে কেৱল ব্যক্তিগত জীৱনৰে নহয়, সমাজ তথা পৃথিৱীয়ে সম্প্রতি সন্মুখীন হোৱা বিভি...

October 4, 2024 6:35 PM

views 29

মুক্তি যুজাৰু শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুক্তি যুজাৰু শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম দিৱস উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে শ্যামজী কৃষ্ণ বাৰ্মাৰ দেশৰ প্ৰতি থকা ত্যাগৰ মনোভাব আৰু অদম্য সাহসে উঠি অহা প্ৰজন্মক সদায় অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে...

October 4, 2024 6:31 PM

views 12

মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া, বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে, আমাৰ চৰকাৰে ভাৰতৰ চহকী ঐতিহ্য আৰু সংস্কৃতিক সমন্বয়ৰ দোলেৰে বান্ধি স্বীকৃতি দি আহিছে। তেওঁ কয় যে, আঞ্চলিক ভ...

October 4, 2024 2:53 PM

views 33

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী মহিলা প্রার্থী আছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কয় যে এই প্ৰাৰ্থীসকলৰ ভিতৰত ৪৬৪গৰাকী নিৰ্দলীয় প্...

October 4, 2024 2:52 PM

views 29

তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতত ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত তদন্তকাৰী গোট গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে তিৰুমালা তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে দিয়া লাডু প্ৰস্তুতৰ বাবে ভেজাল ঘীৰ ব্যৱহাৰ সন্দৰ্ভত উঠা অভিযোগৰ তদন্তৰ বাবে এটা স্বাধীন বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ নিৰ্দেশ দিছে। এই বিশেষ তদন্তকাৰী গোট দুগৰাকী চি বি আই বিষয়া, অন্ধ্ৰপ্ৰদেশৰ দুগৰাকী আৰক্ষী বিষয়া আৰু ভাৰতীয় খাদ্য সুৰক্ষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।