ৰাষ্ট্ৰীয়

October 8, 2024 12:07 PM

views 37

জবলপুৰত আজিৰে পৰা পঞ্চায়ত সম্প্ৰসাৰণ আইন বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

পঞ্চায়তীৰাজ মন্ত্ৰ্যালয় আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া উদ্যোগত জবলপুৰত আজিৰে পৰা বন অধিকাৰ আইন আৰু অনুসূচীত লোকৰ প্ৰাধান্য থকা অঞ্চললৈ পঞ্চায়ত সম্প্ৰসাৰণ আইন বিষয়ক প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হ'ব। দুয়োটা মন্ত্ৰ্যালয়ে ইয়াৰ জৰিয়তে জনজাতি সম্প...

October 8, 2024 11:45 AM

views 12

বিগত ২৩ বছৰত পোৱা শিক্ষাই দেশক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে : প্ৰধানমন্ত্ৰী

 চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ কৰা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বছৰবোৰৰ শিক্ষাই দেশক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা লোৱাৰ ক্ষেত্ৰত তেওঁক সমৰ্থ কৰি তুলিছে বুলি মত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এলানি পোষ্টত শ্ৰী মোদীয়ে জনসাধাৰণক তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনাৰ বাবে কৃতজ্ঞতা জ্ঞা...

October 8, 2024 11:39 AM

views 14

নতুন দিল্লীত আজি ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্রদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্রদান কৰিব। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রি...

October 7, 2024 9:14 PM

views 31

বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

মাইক্র’ আৰ এন এৰ আৱিষ্কাৰ আৰু পোষ্ট ট্ৰেন্সক্রিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা সন্দৰ্ভত কৰা গৱেষণাৰ বাবে বিজ্ঞানী ভিক্টৰ এম্বোজ আৰু গেৰী ৰুভকুনলৈ ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে, মাইক্র’ আৰ এন এ হৈছে জিনৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় এটা প্রাথমিক স...

October 7, 2024 9:05 PM

views 9

নতুন দিল্লীত কাইলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰিব ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। কানাড়া ছবি কান্তাৰাত কৰা অভিনয়ৰ বাবে ঋষভ চেট্টিক শ্ৰ...

October 7, 2024 9:04 PM

views 25

জম্মু-কাশ্মীৰত কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

জম্মু-কাশ্মীৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। মুখ্য নির্বাচনী বিষয়া পামদুৰাং কে পলে কয় যে, এই ভোটগণনা যাতে সুৰক্ষিতভাৱে আৰু সুকলমে সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ৩ তৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰসম...

October 7, 2024 9:03 PM

views 11

শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি

শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি কৰা হৈছে। বোর্ডে সংবাদদাতাসকলক জনোৱা মতে, ভাৰত, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া ভ্ৰমণত শ্ৰীলংকাৰ ক্ৰিকেট দলটোৱে দেখুওৱা ভাল ফলাফলৰ বাবে কাৰ্যবাহী কমিটীয়ে তেখেতক নির্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জয়সূৰ্যই ইতিমধ্যেই যোৱা জ...

October 7, 2024 9:02 PM

views 6

আয়ুষ্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধিক পৰিয়াল লাভৱান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই আজি কয় যে ভাৰতৰ স্বাস্থ্য প্ৰণালীয়ে সার্বজনিন স্বাস্থ্য কভাৰেজ-ইউ এইচ চি আদায় কৰিবৰ বাবে সম্পূৰ্ণ চৰকাৰ আৰু সম্পূৰ্ণ সমাজ ব্যৱস্থাক আঁকোৱালি লৈছে। ইয়াৰ অধীনত প্ৰাথমিক স্বাস্থ্য চোৱাচিতা আৰু আৱশ্যকীয় সেৱা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ...

October 7, 2024 9:00 PM

views 13

ভাৰতৰ ইউপিআই আৰু ইউএইৰ এএএনআই আন্তঃসংযোগৰ কাম চলি আছেঃ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পিয়ুষ গোৱেলে কয় যে, ভাৰত আৰু ইউ এ ই চৰকাৰে ভাৰতৰ ইউ পি আই আৰু ইউ এ ইৰ-এ এ এন আই আন্তঃসংযোগৰ কাম কৰি আছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা লেনদেনৰ সুবিধা অধিক শক্তিশালী হব। ইযাৰ দ্বাৰা ইউ এ ইত বাস কৰা ৩০ লাখতকৈ অধিক ভাৰতীয় উপকৃত হব যাৰ ফলত ইউ পি আই আৰু এ এ এন আই শ...

October 7, 2024 8:58 PM

views 5

ভাৰতীয় বায়ু সেনাৰ বর্ষপুর্তি উপলক্ষে লাডাখৰ থৈছেৰ পৰা কাইলৈ বায়ু বীৰ বিজেতা কাৰ ৰেলী

ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক বর্ষপুর্তিৰ লগত সংগতি ৰাখি কাইলৈ লাডাখৰ থৈছেৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী উলিওৱা হ'ব। এই কাৰ ৰেলী ২৯ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত অন্ত পৰিব। ইয়াৰ আগেয়ে যোৱা ১ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লী ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।