September 10, 2024 1:00 PM September 10, 2024 1:00 PM
17
অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ নিৰ্বাচিত
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্রমে পুনৰ নিৰ্বাচিত হৈছে। তেওঁ কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সকলো চৰকাৰী ব্যৱস্থা ভাৰতীয় ভাষাত পৰিচালনা কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। চৰকাৰী ভাষা বিভাগে অষ্টম অনুসূচীৰ সকলো ভাষা কাৰিকৰী ভিত্তিত স্বয়ংক্র...