ৰাষ্ট্ৰীয়

September 10, 2024 7:03 PM September 10, 2024 7:03 PM

views 9

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে ভাৰতৰ মতপোষণ

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ বিষয়টো অধিক প্রতিনিধিত্বমূলক কৰাৰ হকে মত পোষণ কৰিছে। নিৰাপত্তা পৰিষদৰ ক্ষেত্ৰত ৰাজনৈতিক মতানৈক্যই শান্তি ৰক্ষাৰ অভিযানসমূহক প্ৰভাৱিত কৰি আহিছে বুলি উল্লেখ কৰি বিশেষকৈ আফ্ৰিকাৰ অংশগ্রহণেৰে পৰিষদক অধিক কাৰ্যকৰী কৰাৰ বিষয়ত নতুন দিল্লীয়ে গুৰুত্ব আৰোপ ...

September 10, 2024 7:02 PM September 10, 2024 7:02 PM

views 3

পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে...

September 10, 2024 6:59 PM September 10, 2024 6:59 PM

views 3

ফিলিপাইন্‌ছত কাইলৈ ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে সহ-অধ্যক্ষতা কৰিব

প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে কাইলৈ ফিলিপাইন্‌ছৰ ৰাজধানী মনিলাত হ'বলগীয়া ভাৰত-ফিলিপাইন্‌ছ যুটীয়া প্ৰতিৰক্ষা সহযোগিতা কমিটীৰ পঞ্চমলানি বৈঠকত সহ-অধ্যক্ষতা কৰিব। ফিলিপাইন্‌ছৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অবৰ সচিব ইৰিনিঅ' ক্রুজ এছপিন'ৱে শ্ৰী আৰমানেৰ সৈতে এই বৈঠকত সহ-অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা ম...

September 10, 2024 6:55 PM September 10, 2024 6:55 PM

views 4

নাগালেণ্ডত অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবঃ উপ-মুখ্যমন্ত্ৰী ৱাই পেটন

নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। গৃহ মন্ত্ৰ্যালয়ৰো দায়িত্বত থকা শ্ৰী পেটনে জনসাধাৰণক এইবুলি আশ্বাস দিয়ে যে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আ...

September 10, 2024 6:54 PM September 10, 2024 6:54 PM

views 4

নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি

অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানে আজি নতুন দিল্লীত ধঁপাতৰ আসক্তি নিৰাময়ৰ বাবে এটা সুকীয়া চিকিৎসা কেন্দ্ৰ মুকলি কৰে। ৰাষ্ট্ৰীয় ঔষধনিৰ্ভৰ চিকিৎসা কেন্দ্ৰ আৰু হাঁওফাঁও, জটিল আৰু নিদ্ৰাজনিত ৰোগৰ চিকিৎসা বিভাগৰ সহযোগত এই কেন্দ্ৰটো বিকশাই তোলা হৈছে। ধঁপাতৰ প্ৰতি আসক্তিত ভোগা লোকসকলক সহায় কৰাই এই ...

September 10, 2024 6:51 PM September 10, 2024 6:51 PM

views 7

আকাশবাণীত ২৯ ছেপ্টেম্বৰত ১১৪সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধ...

September 10, 2024 1:07 PM September 10, 2024 1:07 PM

views 8

বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ পৰা ৫ শতাংশলৈ হ্ৰাস

সামগ্ৰী আৰু সেৱা কৰ পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত পৰিষদৰ ৫৪ সংখ্যক বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত...

September 10, 2024 1:06 PM September 10, 2024 1:06 PM

views 13

উত্তৰাখণ্ডত শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত

উত্তৰাখণ্ডত কালি সন্ধিয়া সোণপ্রয়াগ-মুংকটীয়া অঞ্চলৰ ভূমিস্খলন প্ৰৱণ এলেকাত পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত হয়। আহত লোক দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ঘটনাৰ...

September 10, 2024 1:04 PM September 10, 2024 1:04 PM

views 5

কয়লাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ পৰ্যালোচনা বৈঠক দিল্লীত অনুষ্ঠিত

কয়লা মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত কয়লাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা কোম্পানীসমূহৰ সামাজিক দায়বদ্ধতা কাৰ্যকলাপৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰূপায়ণ হৈ থকা চি এছ আৰ পদক্ষেপসমূহৰ অগ্ৰগতিৰ মূল্যায়ন, জনসাধাৰণৰ ওপৰত এইসমূহৰ প্ৰভাৱৰ মূল্যায়ন আৰু চৰকাৰৰ নিৰ্দেশনাৰ সৈতে এইসমূহৰ ...

September 10, 2024 1:01 PM September 10, 2024 1:01 PM

views 10

ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। এই উপলক্ষে শ্ৰী শ্বাহে চাইবাৰ অপৰাধৰ পৰা সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা মুকলি কৰাৰ লগতে চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধী কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।