September 12, 2024 1:24 PM September 12, 2024 1:24 PM
16
ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক অসম-আৰক্ষীৰ
অসম-আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তত তিনিজন বাংলাদেশী নাগৰিকক আটক কৰিছে। তেওঁলোকক সুমন হুছেইন, সুহানা খাটুন আৰু এভা আখটাৰ বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰি ইতিমধ্যে সফলতাৰে সীমান্ত পাৰ কৰাই ঘূৰাই পঠাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোনো বাংলাদেশী নাগৰিক যাতে অস...