ৰাষ্ট্ৰীয়

September 12, 2024 12:21 PM September 12, 2024 12:21 PM

views 13

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ’ব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সি...

September 12, 2024 9:59 AM September 12, 2024 9:59 AM

views 11

আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ’ব

■ আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ ...

September 11, 2024 8:23 PM September 11, 2024 8:23 PM

views 6

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি সুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ কলিযোৱাৰ পাছত দিল্লীত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰি...

September 11, 2024 6:06 PM September 11, 2024 6:06 PM

views 3

গ্ৰেটাৰ নয়দাত প্ৰধানমন্ত্ৰীৰ ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃ...

September 11, 2024 6:04 PM September 11, 2024 6:04 PM

views 16

সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ ভার্চুৱেলী ভাষণ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বর্তমান জলবায়ু আৰু শক্তি পৰিৱৰ্তন এটা বিশ্বব্যাপী চৰ্চিত বিষয়। তেওঁ ইয়াকো কয় যে, দি-কাৰ্বনাইজেশ্বনৰ ওপৰত সেউজ হাইড্ৰ'জেনৰ প্ৰভাৱ প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ সেউজ হাইড্ৰ'জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভার্চুৱেলী ভ...

September 11, 2024 5:56 PM September 11, 2024 5:56 PM

views 10

অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক আঁচনি মুকলি

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰৰ ভিতৰত সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি বাসগৃহ নিৰ্মাণ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ সম্প্ৰসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক এই আঁচনিখন আনু...

September 11, 2024 2:49 PM September 11, 2024 2:49 PM

views 3

বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃ...

September 11, 2024 2:47 PM September 11, 2024 2:47 PM

views 6

ৰাষ্ট্ৰপতি ভৱনত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৭৩ চনত এই বঁটা প্ৰৱৰ্...

September 11, 2024 2:14 PM September 11, 2024 2:14 PM

views 3

কালি ছিংগাপুৰৰ কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠক অনুষ্ঠিত হয়

ছিংগাপুৰৰ কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা প্ৰশাসনৰ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠক কালি অনুষ্ঠিত হয়। প্রশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সচিব ভি শ্রীনিবাস আৰু ছিংগাপুৰৰ লোকসেৱা বিভাগৰ স্থায়ী সচিব টান গী কেওৱে দেশ দুখনৰ প্রশাসনিক সংস্কাৰ আৰু প্ৰযুক্তিবিদ্যা প্ৰৱৰ্তনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা...

September 11, 2024 1:19 PM September 11, 2024 1:19 PM

views 13

বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰত ২ কোটিৰো অধিক নতুন সদস্য অন্তৰ্ভুক্ত

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰতে ২ কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২ ছেপ্তেম্বৰত সদস্য-পদ গ্রহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাওড়েই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্রীয় সভাপতি জে প...