ৰাষ্ট্ৰীয়

September 12, 2024 8:11 PM September 12, 2024 8:11 PM

views 6

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি সৰ্বকালৰ...

September 12, 2024 8:09 PM September 12, 2024 8:09 PM

views 16

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ দেহাৱসান

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ আজি নতুন দিল্লীৰ অখিল ভাৰতী আয়ুবিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। চি পি আই এমৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে শনিবাৰে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ প্ৰয়াত...

September 12, 2024 7:48 PM September 12, 2024 7:48 PM

views 6

১,৩০০তকৈয়ো অধিক ওজৰ-আপত্তি নিষ্পত্তি আয়ুষ মন্ত্ৰালয়ৰ

আয়ুষ মন্ত্ৰালয়ে তৃতীয় পৰ্যায়ৰ বিশেষ অভিযানৰ সময়ছোৱাত এহেজাৰ ৩০০তকৈয়ো অধিক ওজৰ-আপত্তি নিষ্পত্তি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কৰ্মক্ষেত্ৰত পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ দিশটো উন্নত কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছিল। অভিযানৰ সময়ছোৱাত কেইবাটাও বিবেচনাধীন বিষয় নিষ্পত্তি কৰা হয়। ইয়াৰ ভি...

September 12, 2024 6:54 PM September 12, 2024 6:54 PM

views 15

অহা ১৫ ছেপ্তেম্বৰত পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়াৰ অহা ১৫ ছেপ্তেম্বৰত সামৰণি পৰিব । যোৱা ১ মে'ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি ...

September 12, 2024 6:23 PM September 12, 2024 6:23 PM

views 4

৭০ বছৰ বয়সৰ উর্ধবৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ ৫ লাখ টকা পর্যন্ত স্বাস্থ্য বীমাৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বিশেষে ৭০ বছৰ বয়সৰ উর্ধবৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এ...

September 12, 2024 6:19 PM September 12, 2024 6:19 PM

views 4

তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক...

September 12, 2024 6:14 PM September 12, 2024 6:14 PM

views 8

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টীৰ ষষ্ঠখন তালিকা ঘোষণা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টীয়ে ষষ্ঠখন তালিকা ঘোষণা কৰিছে। এই তালিকাখনত ১৯ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। দলে প্ৰেম গাৰ্গক পঞ্চকুলা আসনখনৰ বাবে প্রার্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ফাতেহাবাদ আসনখনৰ বাবে কমল বিছলাক প্রার্থী হিচাপে থিয় কৰোৱাইছে। আনহাতে, আম্বালা চিটী আৰু দাদি আসনখ...

September 12, 2024 6:11 PM September 12, 2024 6:11 PM

views 10

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ

স্বায়ত্ত শাসিত জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্তেম্বৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত কাশ্মীৰৰ দক্ষিণৰ চাৰিখন জিলাৰ ১৬ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ...

September 12, 2024 6:08 PM September 12, 2024 6:08 PM

views 14

অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ জৰিয়তে প্ৰধামন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধ...

September 12, 2024 3:07 PM September 12, 2024 3:07 PM

views 14

যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।