ৰাষ্ট্ৰীয়

September 18, 2024 11:58 AM September 18, 2024 11:58 AM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্টেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্রকাশ...

September 18, 2024 11:56 AM September 18, 2024 11:56 AM

views 4

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি ৰাজস্থান, মধ্যপ্ৰদেশ, ঝাৰখণ্ড ভ্ৰমণলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি ৰাজস্থান, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ড ভ্ৰমণলৈ যাব। জয়পুৰত তেওঁ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু সমাৱৰ্তনত ভাষণ প্ৰদান কৰিব। শ্রীমতী মুৰ্মুৱে লগতে শিক্ষাৰ্থীসকলৰ বাবে ৬০০খন বিছনাযুক্ত আৰাৱলী ছাত্রাৱাসো মুক...

September 18, 2024 11:55 AM September 18, 2024 11:55 AM

views 3

শোধিত আৰু অশোধিত চয়াবিন তেল, পাম অইল, সূৰ্যমুখী তেলৰ বুনিয়াদী সীমা শুল্ক বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে শূন্য আৰু বুনিয়াদী সীমা শুল্কৰ ১২ দশমিক ৫ শতাংশ হাৰত আমদানি কৰা খোৱাতেলৰ উপলভ্য হৈ থকালৈকে তেলৰ সৰ্বাধিক খুচুৰা মূল্য বৰ্তাই ৰাখিবলৈ আগশাৰীৰ খোৱাতেল সংস্থাসমূহক পৰামৰ্শ আগবঢ়াইছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব সঞ্জীৱ চোপ্ৰাই মূল্য নিৰ্দ্ধাৰণ ৰণনীতি সম্পৰ্কে আলোচনা কৰাৰ বাবে ...

September 18, 2024 11:53 AM September 18, 2024 11:53 AM

views 3

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ১,০৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। হাৰিয়ানা মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ১০১গৰাকী মহিলা আৰু ৪৬২ গৰাকী নিৰ্দলীয় প্রার্থী আছে। ৰাজ্যখনত অহা ৫ অক্টোবৰত এটা পৰ্যায়ত বিধান...

September 18, 2024 11:51 AM September 18, 2024 11:51 AM

views 4

নতুন দিল্লীত ভাৰত-ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৰোমানিয়াৰ ৰাষ্ট্ৰদূত ডেনিয়েলা-মাৰিয়ানা চেজ'নভৰ সৈতে কালি নতুন দিল্লীত ভাৰত-ৰোমানিয়াৰ যুটীয়া স্মাৰক ডাক টিকট মুকলি কৰে । কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও অনুষ্ঠানত উপস্থিত থাকে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে এই ডাক টিকটসমূহে ভাৰত আ...

September 18, 2024 11:49 AM September 18, 2024 11:49 AM

views 11

ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত ‘মেটা’ৰ বিশ্বজুৰি নিষেধাজ্ঞা আৰোপ

ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ আৰু থ্রেডছৰ অভিভাৱক কোম্পানী মেটাই ৰাছিয়াৰ কেইবাটাও চৰকাৰী মিডিয়া নেটৱৰ্কত বিশ্বজুৰি নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। সোমবাৰে লিখিত বিবৃতিত মেটাই কয় যে সকলো দিশ পৰ্যালোচনাৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত ৰ'ছিয...

September 18, 2024 11:44 AM September 18, 2024 11:44 AM

views 6

চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত চীনক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে ভাৰতৰ খিতাপ দখল

ভাৰতে আয়োজক দেশ চীনক ১-০ গ’লত পৰাস্ত কৰি অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। হুলুনবুইৰত কালি অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত ভাৰতৰ হৈ যুগৰাজ সিঙে একমাত্ৰ গ’লটো দিয়ে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দলৰূপে পৰিগণিত হৈছে। ভাৰতে ...

September 17, 2024 8:27 PM September 17, 2024 8:27 PM

views 4

দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত আগবাঢ়িছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশ মহিলা, খেতিয়ক, যুৱ প্ৰজন্ম, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ সম অংশগ্ৰহণেৰে বিকশিত ভাৰত গঢ়াৰ দিশে ক্ষীপ্ৰ গতিত অগ্ৰসৰ হৈছে। ওড়িয়াৰ ভূৱনেশ্বৰৰ জনতা ময়দানত আজি বিয়লি এখন সংবাদ মেলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চ...

September 17, 2024 8:21 PM September 17, 2024 8:21 PM

views 11

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি কৰে। শ্ৰীনাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন প্রদর্শনীও মুকলি কৰে। এই উপলক্ষে শ্ৰীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দ...

September 17, 2024 8:19 PM September 17, 2024 8:19 PM

views 17

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছে অথবা আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, এই সময়ছোৱাত অৰ্থব্যৱস্থাৰ সূদৃঢ়কৰণ, জীৱন ধাৰণ সুগম আৰু দুখীয়া তথা মধ্য বিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে ভাল...