ৰাষ্ট্ৰীয়

October 15, 2024 11:15 AM

views 25

জম্মু-কাশ্মীৰত চৰকাৰ গঠনৰ বাবে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক উপ-ৰাজ্যপাল মনোজ সিনহাৰ আমন্ত্ৰণ

জম্মু-কাশ্মীৰত উপ-ৰাজ্যপাল মনোজ সিনহাই নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা ড০ ফাৰুক আব্দুল্লা তথা অন্যান্য সদস্য, আম আদমী পাৰ্টী, চি পি আই এম আৰু ভালেকেইগৰাকী নিৰ্দলীয় বিধায়ককে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই সমৰ্থন আগ...

October 15, 2024 11:14 AM

views 30

নতুন দিল্লীত আধ্যাত্মিক গুৰুমাতা নিৰ্মলা দেৱীৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি স্মাৰক মুদ্ৰা মুকলি

কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত আধ্যাত্মিক গুৰুমাতা নিৰ্মলা দেৱীৰ জন্মশতবার্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি এটা স্মাৰক মুদ্ৰা মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীগাডকাৰীয়ে কয় যে, ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই সদায়েই বিশ্বক আকৰ্ষণ কৰি আহিছে। মাতা নিৰ্মলা দেৱী...

October 15, 2024 11:13 AM

views 22

চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আজি ইছলামবাদলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চাংহাই সহযোগিতা সংস্থা (Sco)ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ইছলামবাদলৈ ৰাওনা হ'ব৷ ভ্ৰমণৰ পূৰ্বে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বহুপক্ষীয় আলোচনাৰ বাবেহে তেওঁ পাকিস্তান ভ্ৰমণ কৰিব আৰু ইয়াৰ পূৰ্বে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচ...

October 15, 2024 11:11 AM

views 15

সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ

নাছাই মহাকাশ অভিযানৰ বাবে নিৰ্মাণ কৰা সৰ্ববৃহৎ মহাকাশ যান ইউৰোপা ক্লিপাৰ সফলতাৰে উৎক্ষেপণ কৰিছে। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাত অভিযান চলাব এই মহাকাশযানখনে। ৫ বছৰ ৬ মাহত ২ দশমিক ৯ বিলিয়ন কিলোমিটাৰ যাত্ৰা কৰি সৌৰশক্তিচালিত যানখনে ২০৩০ চনত বৃহস্পতি গ্ৰহৰ কক্ষপক্ষত প্ৰৱেশ কৰিব। বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ ন...

October 15, 2024 11:10 AM

views 38

নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মত বিনিময়

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব৷ বৈঠকৰ সময়ত নৱনিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলে গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰশিক্ষণকালৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব। দেশৰ অভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা...

October 15, 2024 11:08 AM

views 16

নতুন দিল্লীত আজি ভাৰত-কলম্বিয়াৰ মাজত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ’ব

ভাৰত আৰু কলম্বিয়াৰ মাজত আজি নতুন দিল্লীত দৃশ্য-শ্রাব্য সহ-প্রযোজনা চুক্তি স্বাক্ষৰিত হ'ব। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড° এল মুৰুগানে ভাৰতৰ প্ৰতিনিধি হিচাপে আৰু কলম্বিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উপ-মন্ত্ৰী জৰ্জ এন্দ্ৰিকক ৰোজাছ ৰড্রিগেজে দেশখনৰ প্ৰতিনিধি হিচাপে এই চুক্তিত স্বাক্ষৰ কৰিব। এ...

October 15, 2024 11:06 AM

views 17

উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত ২১ জন লোকৰ মৃত্যু

লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত কালি কমেও ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ মূল লক্ষ্য হৈছে দক্ষিণ লেবানন, পূবৰ বেকা উপত্যকা আৰু বেইৰুটৰ উপকণ্ঠ অঞ্চল। ইজৰাইলৰ সামৰিক ঘাটিত...

October 15, 2024 11:05 AM

views 25

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেলত নিউজিলেণ্ড

নিউজিলেণ্ডে মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত গ্ৰুপ-এৰ পৰা দ্বিতীয়টো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাকিস্তানক ৫৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ দ...

October 15, 2024 11:00 AM

views 8

শ্ৰীলংকাৰ কলম্বোত সিংহলী ভাষালৈ অনুবাদ কৰা মহাপুৰুষজনাৰ এটা বৰগীত মুকলি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ সৈতে সংগতি ৰাখি কালি শ্ৰীলংকাৰ কলম্বোত মহাপুৰুষজনাৰ এটা বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি বাণীবদ্ধ ৰূপত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কলম্বোত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই এই পদক্ষেপ গ্ৰহণ কৰে। কেন্দ্ৰটোৰ অধ...

October 15, 2024 10:57 AM

views 13

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী আজি বিয়লি নিৰ্বাচন আয়োগে ঘোষণা কৰিব

দেশৰ নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী আজি ঘোষণা কৰিব। বিয়লি চাৰে তিনি বজাত নির্বাচন আয়োগৰ বিষয়াসকলে এখন সংবাদ মেল অনুষ্ঠিত কৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।