ৰাষ্ট্ৰীয়

October 15, 2024 8:26 PM

views 9

লোথলৰ সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব – প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গুজৰাটৰ লোথলত নিৰ্মাণ কৰিবলগীয়া সামুদ্রিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্য্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পষ্টযোগে কৈছে যে, কেন্দ্রীয় মন্ত্রীসভাই অলপতে লোথলত ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য চৌহদ বিকশাই তোলাৰ বাবে সিদ্ধান্...

October 15, 2024 8:18 PM

views 21

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

ত্রিদেশীয় ভ্রমণসূচীৰ অংশ হিচাপে সম্প্রতি আলজেৰিয়াত থকা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি অলজিয়াৰ্ছৰ চিডি অব্দেলাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ আলজেৰিয়াৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা মন্ত্ৰী কমাল বদ্রিয়ে ৰাষ্ট্ৰপতিক এই ডিগ্ৰী অৰ্পণ...

October 15, 2024 7:49 PM

views 27

ভাৰত আৰু আমেৰিকাৰ ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ’ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ

দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ উত্থান ঘটাই ভাৰত আৰু আমেৰিকাই ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ'ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে। দেশৰ কাৰ্য্যকৰী প্ৰস্তুতি আৰু সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সম্পাদনা কৰা এই চুক্তিত এম কিউ নাইন বি স্কাই গার্ডিয়ান আৰু চি গার্ডিয়ান ড্ৰণৰ ট্ৰাই চাৰ্ভিছ ক্ৰয় কৰাটো অন্তৰ্ভুক্ত কৰ...

October 15, 2024 7:24 PM

views 16

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ অর্থাৎ আই টি ইউৰ বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভা ২০২৪ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰক...

October 15, 2024 6:22 PM

views 18

ডº এ পি জে আব্দুল কালামৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰসিদ্ধ বিজ্ঞানী ডº এ পি জে আব্দুল কালামৰ আজি ৯৩ সংখ্যক জন্ম বার্ষিকী। ডº এ পি জে আব্দুল কালামৰ শিক্ষাৰ প্ৰতি নিষ্ঠাৰ সন্মানার্থে আজিৰ দিনটো বিশ্ব শিক্ষার্থী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল বিষয়বস্তু হৈছে- পৰিৱৰ্তনৰ অভিকৰ্তাৰূপে শিক্ষাৰ্থীসকলৰ সৱলীকৰণ। এই উপলক্ষে প্...

October 15, 2024 6:16 PM

views 19

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থ টু প্লাছ টু অৰ্থাৎ‍ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিদেশ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে আৰু বিদেশ সচিব বিক্ৰম মিশ্রি বৈঠকত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া পক্ষৰ নেতৃত্ব প...

October 15, 2024 5:58 PM

views 21

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম আৰু মেঘালয়লৈ আহিব জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ আহিব। ভ্রমণকালত শ্রী ধনখড়ে মুখ্য অতিথি হিচাপে শ্বিলঙৰ মাওদিয়াংদিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে শ্বিলঙৰ তথ্য প্ৰযুক্তি উদ্যান আৰু ৰাজভৱন পৰিদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী তথা অন্য জ্যেষ্ঠ...

October 15, 2024 5:48 PM

views 12

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে পৰমেশ শিৱমণিৰ দায়িত্ব গ্রহণ

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে আজি পৰমেশ শিৱমণিয়ে দায়িত্ব গ্রহণ কৰে। নৌ পৰিবহন আৰু নিৰ্দেশনাৰ বিশেষজ্ঞ শ্রী শিৱমণিৰ আদেশত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো মুখ্য জাহাজ অন্তর্ভুক্ত আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় আৰু ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱাসমূহৰ ষ্টাফ...

October 15, 2024 11:21 AM

views 20

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মানক সন্মিলন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, আই টি ইউৰ বিশ্ব দূৰসংযোগ মানক সন্মিলন ২০২৪ মুকলি কৰে। বিশ্ব দূৰসংযোগ মানক সন্মিলন হ'ল ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্রযুক্তি সংস্থা আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ কামৰ মান অধিক উন্নত কৰাৰ বাবে প্ৰতি ৪ বছৰৰ মূৰত আয়...

October 15, 2024 11:17 AM

views 24

ভাৰত-আলজেৰিয়াৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছে। আলজেৰিয়াৰ ৰাজধানী চহৰ আলজিয়াৰ্ছত উভয় দেশৰ অৰ্থনৈতিক মঞ্চক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন যুগক নতুন গতি প্ৰদান কৰাৰ প্ৰয়োজন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।