ৰাষ্ট্ৰীয়

October 18, 2024 7:57 PM

views 14

বাল্য বিবাহ নিষেধাজ্ঞা আইন ব্যক্তিগত আইনৰ দ্বাৰা স্তব্ধ কৰিব নোৱাৰি : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি ৰায়দানযোগে জনায় যে বাল্য বিবাহ নিষেধাজ্ঞা আইন ব্যক্তিগত আইনৰ দ্বাৰা স্তব্ধ কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰই দেশত বাল্য বিবাহ প্ৰতিৰোধ আইনখন ফলপ্রসূ ৰূপায়ণৰ বাবে নিৰ্দেশনা জাৰি কৰে। ৰায় ঘোষণাৰ সময়ত মুখ্য ন্যায়াধী...

October 18, 2024 12:04 PM

views 7

মলাৱি ভ্ৰমণৰত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মলাৱি ভ্ৰমণৰ আজি দ্বিতীয় দিনা কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দেশখনৰ নেতৃবৰ্গৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। শ্রীমতী মুৰ্মুৱে আজি মলাৱিৰ ৰাষ্ট্ৰপতি লাজাৰুছ চকৱেৰাক সাক্ষাৎ কৰিব। আজি বিভিন্ন বিষয়ক লৈ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাও অনুষ্ঠিত হ'ব। ...

October 18, 2024 12:03 PM

views 8

অনলাইন কেলেংকাৰিৰ বৰ্ধিত ভাবুকি প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু মেটা কোম্পানীৰ ‘প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰক’ অভিযান আৰম্ভ

অনলাইন কেলেংকাৰিৰ বৰ্ধিত ভাবুকি প্ৰতিহত কৰাৰ বাবে চৰকাৰ আৰু মেটা নামৰ কোম্পানীটোৱে যুটীয়াভাৱে ‘প্ৰৱঞ্চনাৰ পৰা নিজকে ৰক্ষা কৰক’ অভিযান আৰম্ভ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে কালি নতুন দিল্লীত উদ্বোধনী অনুষ্ঠানত মূল ভাষণ প্রদান কৰি এই অভিযানক অনলাইন প্ৰৱঞ্চনাৰ বৰ্ধিত ভাবুকিৰ পৰা নাগৰিকসকল...

October 18, 2024 12:02 PM

views 27

ঝাৰখণ্ড বিধানসভাৰ ১৩ নৱেম্বৰত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অহা ১৩ নৱেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়পত্র দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২৮ অক্টোবৰত মনোনয়পত্রসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থী...

October 18, 2024 12:00 PM

views 13

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ দেওবাৰে দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ভাৰত আৰু ইণ্ডোনেছিয়াই এই বছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থা...

October 18, 2024 11:59 AM

views 24

২০১৮ চনৰ শত্ৰুৰ সম্পত্তি নিষ্পত্তিৰ আদেশত কেন্দ্ৰীয় চৰকাৰৰ সংশোধন

কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনৰ শত্ৰুৰ সম্পত্তি নিষ্পত্তিৰ আদেশত সংশোধন ঘটাইছে। গৃহ মন্ত্র্যালয়ে এখন অধিসূচনা যোগে কৈছে যে, সম্পত্তি নিষ্পত্তিৰ ক্ষেত্ৰত মূল্য সীমা সংশোধন কৰা হৈছে। ইয়াৰ অধীনত গ্রাম্য এলেকাত এক কোটি টকাতকৈ কম আৰু নগৰ অঞ্চলত পাঁচ কোটি টকাতকৈ কম মূল্যৰ সম্পত্তি প্রথমে বৰ্তমানৰ বাসিন্দাসকল...

October 18, 2024 11:55 AM

views 7

যশস্বী অভিনেতা দেৱৰাজ ৰয়ৰ মৃত্যু

যশস্বী অভিনেতা দেৱৰাজ ৰয়ৰ কালি ৬৯ বছৰ বয়সত কলকাতাত মৃত্যু হয়। বঙালী চিনেমাৰ লগতে তেওঁ আকাশবাণী আৰু দূৰদৰ্শনলৈও উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে। সত্যজিৎ‍ ৰায়ৰ প্ৰতিধবনি আৰু মৃণাল সেনৰ কলকাতাত কৰা তেওঁৰ অনৱদ্য অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিছিল। তৰুণ মজুমদাৰ, বিভূতি লাহা তথা তপন সিনহাৰ দৰে অগ্ৰণী পৰিচালক...

October 18, 2024 11:48 AM

views 13

অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

উচ্চতম ন্যায়ালয়ে কালি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি ৰায়দান কৰে। নাগৰিকত্ব আইনৰ ৬(ক) নম্বৰ দফা অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কালি এই ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতেই ...

October 18, 2024 11:44 AM

views 29

সুশাসন আৰু নাগৰিকৰ জীৱন উন্নত কৰি তোলাৰ বাবে চৰকাৰ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ এখন বৈঠকত দেশৰ প্ৰগতিৰ লগতে দুখীয়া আৰু নিপীড়িত লোকসকলক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে চণ্ডীগড়ত অনুষ্ঠিত...

October 18, 2024 12:11 PM

views 6

ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ শৃংগ কাৰ্ষ্টেন্স পিৰামিড আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নব কুমাৰ ফুকনে

অসমৰ পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে ৮ হাজাৰ ৮৮৪ মিটাৰ উচ্চতাৰ নিউগিনি দ্বীপৰ পুনকাক জয়া বা কাৰ্ষ্টেন্স পিৰামিড আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰ্ষ্টেন্স পিৰামিড হ'ল ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ শৃংগ। ইণ্ডোনেছিয়াৰ মধ্য পাপুৱাৰ মিমিকা ৰিজেন্সিৰ হাইলেণ্ডৰ চুদিৰমান ৰেঞ্জত এই পৰ্বত অৱস্থিত। নৱ কুমাৰ ফুকনে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।