ৰাষ্ট্ৰীয়

October 20, 2024 11:35 AM

views 13

শিক্ষা খণ্ডত সহযোগিতা, অংশগ্রহণ আৰু সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে  কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্ৰমণসূচী

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। এই ভ্রমণসূচীয়ে শিক্ষা খণ্ডৰ পাৰস্পৰিক স্বার্থজৰিত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা, অংশগ্রহণ আৰু সমন্বয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্...

October 20, 2024 11:14 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীত প্ৰায় ৬,১০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰানসীলৈ যাব। তাত তেওঁ প্ৰায় ৬১০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দিনৰ প্ৰায় দুই বজাত কাশীত উপস্থিত হ'ব আৰু আৰ জে শংকৰা চকু চিকিৎসালয় মুকলি কৰিব। ইয়াৰ পাছত বিয়লি প্ৰায় ৪-১৫ মিনিটত প্রধানমন্...

October 20, 2024 11:10 AM

views 13

নতুন দিল্লীত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ড০ আম্বেডকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ মুকলি কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে, কর্মযোগী অভিযানৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে চালিকাশক্তিস্বৰূপ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে, ৰাষ্ট্ৰীয...

October 19, 2024 8:26 PM

views 17

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে বিজয়া ৰাহাটকাৰক নিযুক্তি

বিজয়া ৰাহাটকাৰক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এই সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে এখন অধিসূচনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীমতী ৰাহাটকাৰে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আৰু ঔৰংগবাদৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ বিজেপিৰ ৰাষ্ট্ৰ...

October 19, 2024 8:23 PM

views 21

শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছে। ৰাজস্থানৰ ছিকাৰত আজি বিয়লি এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, শিক্ষাৰ ব্যৱসায়ীকৰণ ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে কেতিয়াও ভাল নহয়। তেওঁ কয় য...

October 19, 2024 8:22 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীত কাইলৈ কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসীলৈ যাব। তাত তেওঁ প্ৰায় ছহেজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে কেইবাটাও সমাৱেশক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণলৈ চাই চহৰখনত কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে। বাৰানসীৰ আৰক্...

October 19, 2024 8:21 PM

views 17

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্রোন আক্রমণ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত আজি পুৱা ড্রোন আক্রমণ সংঘটিত হয়। প্রাপ্ত বাতৰি অনুসৰি হিজবুল্লাই কেইছেৰিয়া এলেকাস্থিত নেতান্যাহুৰ বাসগৃহলৈ লক্ষ্য কৰি এটা ড্রোন নিক্ষেপ কৰে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে, আক্ৰমণৰ সময়ত প্রধানমন্ত্রী বাসগৃহত নাছিল। এই আক্ৰমণত ক...

October 19, 2024 8:19 PM

views 23

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান সাত দিনীয়া সূচীৰে কাইলৈ ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান কাইলৈ সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। এই ভ্রমণসূচীয়ে শিক্ষা খণ্ডৰ পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূর্ণ ক্ষেত্রসমূহত সহযোগিতা, অংশগ্ৰহণ আৰু সমন্বয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ...

October 19, 2024 8:18 PM

views 9

শ্ৰীলংকাৰ বাগান অঞ্চলৰ ৯খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে ভাৰতৰ অনুদানৰ পৰিমাণ বৃদ্ধি

ভাৰতে শ্ৰীলংকাৰ বাগান অঞ্চলৰ ৯খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে অনুদানৰ পৰিমাণ বৃদ্ধি কৰিছে। শ্রীলংকা চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিত্তীয় প্ৰতিশ্ৰুতিবদ্ধতা দুগুণলৈ বঢ়োৱাৰ ফলত প্ৰকল্পটোৰ মুঠ ব্যয় ৬০ কোটি শ্রীলংকান টকালৈ বৃদ্ধি পাইছে। শ্ৰীলংকাৰ শিক্ষা বিভাগৰ সচিব জে এম তিলকা জয়সুন্দৰ আৰ...

October 19, 2024 8:17 PM

views 12

ঝাৰখণ্ডৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক অপসাৰণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড চৰকাৰক ৰাজ্যখনৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক ততালিকে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে ৰাজ্য চৰকাৰক গুপ্তাৰ কাৰ্যভাৰ সঞ্চালকপ্রধান পৰ্যায়ৰ জ্যেষ্ঠতম বিষয়াক অৰ্পণ কৰিবলৈ কৈছে। ৰাজ্য চৰকাৰক লগতে আজি সন্ধিয়া সাত বজাৰ ভিতৰত এই নিৰ্দেশ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।