ৰাষ্ট্ৰীয়

October 19, 2024 7:07 PM

views 11

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ কাইলৈ দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্রান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই এইবছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫...

October 19, 2024 7:06 PM

views 18

ভাৰত-মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে ভাৰত আৰু মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছে। ভাৰত-মেক্সিকো বাণিজ্য আৰু বিনিয়োগ সন্মিলনত তেওঁ কয় যে বিশেষকৈ ঔষধ উৎপাদন আৰু অট’মটিভ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমনে কয় যে ভাৰতে ডিজিটেল অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত গোলকীয...

October 19, 2024 7:05 PM

views 25

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰটেম সদস্য হিচাপে নেচনেল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোবাৰক গুলৰ শপতগ্ৰহণ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নেচনেল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মোবাৰক গুলক জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰটেম সদস্য হিচাপে শপতগ্ৰহণ কৰোৱায়। শ্ৰীগুলে শ্ৰীনগৰৰ ইদগাহ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। তেওঁ আজি শ্ৰীনগৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত শপতগ্ৰহণ কৰে। শপতগ্রহণ অনুষ্ঠানত মুখ্যমন্ত্র...

October 18, 2024 9:01 PM

views 38

নতুন দিল্লীত ভূকেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক টানৰ শক্তি মন্ত্ৰীৰ সাক্ষাৎ

ভূটানৰ শক্তি আৰু প্ৰাকৃতিক সম্পদ মন্ত্রী লিয়নপ’ জেম ছেৰিঙে আজি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালক সাক্ষাৎ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে বৈঠকত জলবিদ্যুৎ খণ্ডত দুয়োখন দেশৰে বহুদিনীয়া সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই লগতে পুনা ৱান জলবিদ্যুৎ প্ৰকল্পৰ...

October 18, 2024 8:57 PM

views 28

খচৰা মধ্যস্থতা আৰু আপোচ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত চৰকাৰৰ দিহা-পৰামৰ্শৰ আহ্বান

চৰকাৰে খচৰা মধ্যস্থতা আৰু আপোচ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত দিহা-পৰামৰ্শ বিচাৰিছে। আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে কৈছে যে দেশত বিবাদ নিষ্পত্তি বাতাবৰণ সুদৃঢ় আৰু ব্যৱসায় সুচল কৰাৰ বাবে ভালেমান পদক্ষেপ লৈছে। মন্ত্রালয়ে কৈছে যে আইন পৰিক্ৰমা বিভাগে সম্প্ৰতি ১৯৬৬ চনৰ মধ্যস্থতা আৰু আপোচ আইন সংশোধনৰ প্ৰক...

October 18, 2024 8:52 PM

views 24

মলাৱিৰ ৰাষ্ট্ৰপতি লজাৰছ চাকৱেৰাৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দ্বিপাক্ষিক আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মলাৱিৰ ৰাষ্ট্ৰপতি লজাৰছ চাকৱেৰাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। এই উপলক্ষে কলা আৰু সংস্কৃতি, ক্রীড়া, যুৱ পৰিক্ৰমা আৰু ভেষজ খণ্ডৰ চাৰিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ভাৰতে লগতে মলাৱিলৈ ১০০০ মেট্র...

October 18, 2024 8:37 PM

views 17

এন ডি এৰ নেতাসকলৰ বৈঠকক সম্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সুচল শাসন, দ্রুত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু শাসনৰ স্বচ্ছতাই এন ডি এ শাসিত ৰাজ্যসমূহক বিনিয়োগকাৰী আৰু বিনিয়োগ আকৰ্ষিত কৰাত সহায় কৰিছে। চণ্ডীগড়ত কালি এন ডি এৰ নেতাসকলৰ বৈঠকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে এন ডি এ চৰকাৰে...

October 18, 2024 8:11 PM

views 28

প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীলৈ অনলাইন মনোনয়ন দাখিলৰ সুবিধা প্ৰদান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ বাবে অনলাইন মনোনয়ন দাখিলৰ সুবিধা প্ৰদান কৰিছে। ঝাৰখণ্ডৰ মুখ্য নির্বাচনী বিষয়া কে ৰবি কুমাৰে কয় যে মনোনয়ন প্রপত্র subidha.gov.in পোৰ্টেলত উপলব্ধ। একাউণ্ট প্রস্তুত কৰি প্ৰাৰ্থীসকলে মনোনয়ন প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। ইয়াৰ লগতে প্ৰাৰ্থীসকলে শপতনামা অনলাইনতো পূ...

October 18, 2024 8:07 PM

views 23

নতুন দিল্লীত বায়ুৰ গুণগত সূচ্যাংক ২৯২ত উপনীত

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত আজি পুৱা বায়ুৰ গুণগত সূচ্যাংক চমুকৈ এ কিউ আই ২৯২ত উপনীত হোৱাৰ লগে লগে চহৰখনত বায়ুৰ গুণাগুণ অৱনমিত হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ডৰ তথ্য অনুসৰি এই অৱনমিত সূচ্যাংকৰ ফলত বেছিভাগ লোকৰে উশাহ-নিশাহৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে। বায়ুৰ মান নিম্নগামী হোৱাৰ পৰ...

October 18, 2024 8:02 PM

views 14

অগতানুগতিক যুদ্ধই প্ৰতিৰক্ষা খণ্ডত নতুন প্ৰত্যাহ্বানৰ সূচনা কৰিছে : প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে অগতানুগতিক যুদ্ধই প্ৰতিৰক্ষা খণ্ডত নতুন প্ৰত্যাহ্বানৰ সূচনা কৰিছে। প্ৰযুক্তিয়ে এই নতুন ৰূপৰ অগতানুগতিক যুদ্ধৰ সূচনা কৰিছে আৰু ড্ৰ'ন, চাইবাৰ যুদ্ধ, জৈৱ-অস্ত্ৰ আৰু মহাকাশ প্ৰতিৰক্ষা মূল প্ৰত্যাহ্বান হিচাপে পৰিলক্ষিত হৈছে বুলি আজি নতুন দিল্লীৰ এটা অনুষ্ঠানত ভ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।