ৰাষ্ট্ৰীয়

October 22, 2024 11:08 AM

views 23

ব্রিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ৰাছিয়ালৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে কাজানত হ'বলগীয়া ব্ৰিকছ সন্মিলনত অংশ ল'ব। এইবাৰৰ এই সন্মিলনৰ বিষয় হৈছে-গোলকীয় বিকাশ আৰু সুৰক্ষাৰ বাবে...

October 22, 2024 7:58 AM

views 19

ৰাষ্ট্ৰপতি মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্ৰেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ –আদি ৯ টা শাখাত ৩৮টা বঁটা প্ৰদান কৰিব। শ্ৰেষ্ঠ ৰ...

October 21, 2024 9:23 PM

views 16

নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত এই প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই প্রকল্পসমূহৰ ৰূপায়ণে...

October 21, 2024 9:16 PM

views 21

নতুন দিল্লীত কাইলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্ৰেষ্ঠ নগৰঅঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ আদিকে ধৰি ৯ টা শাখাত ৩৮ টা বঁটা প্ৰদান কৰিব। শ্...

October 21, 2024 9:15 PM

views 10

নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম প’ৰ্টেল মুকলি

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম প’ৰ্টেল মুকলি কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ই-শ্ৰম প’ৰ্টেলৰ প্ৰতি কৰ্মচাৰীসকলৰ বৰ্ধিত আস্থা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্ৰতিদিনে ৬ ৰ পৰা ৯ হাজাৰ কৰ্মচাৰীয়ে এ...

October 21, 2024 9:14 PM

views 22

বিমান চলাচলত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ সক্ৰিয় পদক্ষেপ গ্ৰহণঃ ৰাম মনোহৰ নাইডু কিঞ্জাৰাপু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডু কিঞ্জাৰাপুয়ে কৈছে যে বিমান চলাচলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলসমূহৰ সমস্যা সমাধানৰ উদ্দেশ্যে সুৰক্ষা আৰু সতৰ্কতাতন্ত্ৰৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিষয়টো সন্দৰ্ভত চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা ...

October 21, 2024 9:12 PM

views 26

নতুন দিল্লীত কাইলৈ ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ষষ্ঠলানি বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ছিংগাপুৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ড০ এন জি ইং হেনে কাইলৈ নতুন দিল্লীত ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ষষ্ঠলানি বৈঠকত সহঅধ্যক্ষতা কৰিব। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আগুৱাই নিয়াৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হ'ব। আলোচনাত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত বিভ...

October 21, 2024 7:40 PM

views 27

ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে, দেশে সকলো ক্ষেত্ৰতে এক অভূতপূৰ্ব স্তৰত আগবাঢ়ি আছে। এটা ব্যক্তিগত সংবাদ আউটলেটৰ দ্বাৰা আয়োজিত বিশ্ব শীর্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বই এ আইক কৃত্রিম বুদ্ধিমত্তা হিচাপ...

October 21, 2024 7:38 PM

views 32

আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ স্মাৰকত গৃহমন্ত্ৰী অমিত শ্বাহৰ পুষ্পাঞ্জলি অর্পণ

আৰক্ষী স্মৃতি দিৱস উপলক্ষে আজি গৃহমন্ত্রী অমিত শ্বাহে কৰ্তব্যৰ সময়ত নিজৰ সৰ্বোচ্চ বলিদান দি অমৰ হোৱা শ্বহীদসকলক প্ৰণাম কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই দিৱসে আৰক্ষী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালে কৰা ত্যাগক সন্মান জনোৱা হয়। দেশৰ কাৰণে তেওঁলোকে কৰা ত্যাগৰ কাৰণে গৃহমন্ত্...

October 21, 2024 7:37 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাছিয়ালৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা অর্থাৎ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাছিয়ালৈ যাব। প্রধানমন্ত্ৰীয়ে এই সন্মিলনৰ আপাহতে সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।