ৰাষ্ট্ৰীয়

October 22, 2024 9:22 PM

views 20

ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু হৈছে। গুজৰাটৰ আনন্দত আজি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ হীৰক জয়ন্তী সমাৰোহত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বর্তমান মাত্ৰ ডেৰ কোটি দুগ্ধ উৎপ...

October 22, 2024 9:21 PM

views 42

বি এছ এন এলৰ নতুন লোগো মুকলি

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, ভাৰত সঞ্চাৰ নিগম লিমিটেডে ফোৰ-জি নেটৱৰ্ক মুকলি কৰাৰ পাছৰে পৰা গ্ৰাহকৰ সংখ্যা বিগত ৬ মাহত ৭৫ লাখৰ পৰা ১ কোটি ৮০ লাখলৈ বৃদ্ধি পাইছে। নতুন দিল্লীত আজি ভাৰত সঞ্চাৰ নিগম লিমিটেড-বি এছ এন এলৰ নতুন লোগো আৰু ৭ প্ৰকাৰৰ নতুন সেৱা মুকলি মন্ত্ৰীগৰাকীয...

October 22, 2024 9:20 PM

views 31

বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা বিজেপিৰ

উচ্চতম ন্যায়ালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাৰ বাবে গুজৰাট বিশ্ববিদ্যালয়ে ৰুজু কৰা মানহানিৰ গোচৰ সংক্ৰান্তত জাৰি কৰা চমন বাতিল কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আবেদন অগ্রাহ্য কৰাৰ পাছত বিজেপিয়ে আজি দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰে।...

October 22, 2024 9:19 PM

views 21

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান ...

October 22, 2024 9:17 PM

views 20

কৈল্যান বেনাৰ্জীক অশোভনীয় আচৰণৰ বাবে ৱাফ সংশোধনী বিধেয়ক ২০২৩ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিৰ পৰা নিলম্বন

ৱাফ সংশোধনী বিধেয়ক ২০২৩ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ কৈল্যান বেনাৰ্জীক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা এদিনৰ বাবে নিলম্বন কৰিছে। সংসদ ভৱনত আজি অনুষ্ঠিত কমিটিৰ বৈঠকৰ সময়ত কৰা অশোভনীয় আচৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সূত্ৰৰ পৰাজানিব পৰা মতে, বৈঠকৰ সময়ত বিজেপি সাং...

October 22, 2024 9:12 PM

views 14

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান ...

October 22, 2024 8:12 PM

views 28

নতুন দিল্লীত আজি পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজ...

October 22, 2024 8:39 PM

views 16

ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূর্ণ পন্থাৰে সমাধান কৰাত ভাৰতে সহযোগ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ষোড়শ ব্রীকছ শীর্ষ সন্মিলনৰ সুযোগতে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত শ্রীমোদীয়ে ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূৰ্ণ পন্থাৰে সমাধান কৰা উচিত বুলি ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে পুনৰ উল্লেখ কৰ...

October 22, 2024 4:03 PM

views 24

গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জ...

October 22, 2024 4:01 PM

views 26

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি কৰে। এই পৰ্যায়ত অহা ২০ নৱেম্বৰত ৰাজ্যখনত ৩৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ৩০ অক্টোবৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।