ৰাষ্ট্ৰীয়

October 24, 2024 6:58 PM

views 7

আলবানিয়াত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰৰ ব্ৰঞ্জৰ পদক লাভ

আলবানিয়াৰ টিৰানাত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰই আজি ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৫৫ কিলোগ্ৰাম গ্ৰেক' ৰোমান শাখাত ভাৰতৰ বিশ্বজিতে আদম ওলবাছেভক ১৪-১০ ফলাফলত পৰাস্ত কৰে। প্রতিযোগিতাত ভাৰতৰ এইটো প্ৰথম পদক । ইয়াৰ পূৰ্বে ভাৰতৰ অঞ্জলিয়ে মহিলাৰ ৫৯ কিলোগ্রা...

October 24, 2024 6:57 PM

views 12

আকাশবাণীত অহা ২৭ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্...

October 24, 2024 1:03 PM

views 14

আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান পি কে বন্দোপাধ্যায়ৰ দেহাৱসান

আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান পি কে বন্দোপাধ্যায়ৰ কালি কলকাতাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে। ভাৰতীয় তথ্য সেৱাৰ প্ৰাক্তন বিষয়া ডº বন্দোপাধ্যায় আকাশবাণীৰ বাতৰি সেৱা বিভাগ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰোসহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন শাখাত দীর্ঘদিন ধৰি সেৱা আগবঢ়া...

October 24, 2024 1:02 PM

views 20

এন ডি এ আৰু আই.এন.ডি.আই মিত্ৰজোটৰ মাজত অভিযোগ আৰু প্ৰতিঅভিযোগ বৃদ্ধি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে এন ডি এ আৰু আই.এন.ডি.আই মিত্ৰজোটৰ মাজত অভিযোগ আৰু প্ৰতিঅভিযোগ বৃদ্ধি পাইছে। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত বাংলাদেশী আৰু ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ বাবে হেমন্ত চোৰেণ চৰকাৰেই দায়ী বুলি অভিযোগ উত্থাপন কৰাৰ লগতে এইবাৰৰ নিৰ্বাচন ...

October 24, 2024 12:56 PM

views 16

অহা ২৭ অক্টোবৰত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ- বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানম...

October 24, 2024 12:54 PM

views 39

ডানাৰ বাবে এন ডি আৰ এফৰ ওড়িশাত ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে ডানা নামৰ ঘূৰ্ণী বতাহজাকে ভূভাগত খুন্দা মৰাৰ পূৰ্বে ওড়িশাত বাহিনীটোৰ ২০ টা আৰু পশ্চিমবঙ্গত ১৩ টা দল নিয়োগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ উপ-মহাপৰিদৰ্শক মহচেন চাহিদে কয় যে, পশ্চিমবঙ্গত যিকোনো...

October 24, 2024 12:50 PM

views 16

ডানাক ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ডানা নামৰ ঘূৰ্ণীবতাহ জাকে ভূভাগত প্ৰৱেশ কৰাৰ পূৰ্বে ধন জনৰ হানি ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বাহিনীটোৱে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ধুমুহা জাকৰ ফলত উদ্ভৱ হ'ব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মাৰিবলৈ প্ৰস্তুতি চলাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়...

October 24, 2024 12:37 PM

views 8

ঘূৰ্ণীবতাহ ডানা আজি নিশা বা কাইলৈ নিচেই পুৱা ওড়িশাৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

পূব মধ্য বংগোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘূৰ্ণীবতাহ জাকে আজি নিশা বা কাইলৈ নিচেই পুৱা ভিটৰকণিকা আৰু ধাম্ৰাৰ মাজত ওড়িশাৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকে খুন্দা মৰাৰ সময়ত প্রতি ঘণ্টাত ১০০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰ বতাহ বলিব পাৰে বুলি সতৰ্ক কৰি দিছে। বতাহ জাক স...

October 24, 2024 12:35 PM

views 13

নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। মন্ত্ৰীগৰাকীয়ে এই আলোচনাচক্ৰত ভাৰতীয় সেনাৰ সেউজ উদ্যম আৰু আই এৰ ডিজিটেলকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। শ্রীসিঙে লগতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্য উপনীত হোৱাৰ...

October 24, 2024 12:33 PM

views 13

ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি যোৱা নিশা নতুন দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি যোৱা নিশা নতুন দিল্লীলৈ উভতি আহে। প্রধানমন্ত্ৰীয়ে সন্মিলনত ভাগ লোৱাৰ সুযোগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।