September 24, 2024 12:13 PM September 24, 2024 12:13 PM
8
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, তথ্য-প্ৰযুক্তি আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আজি ৰাজস্থান ভ্রমণ
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, তথ্য-প্ৰযুক্তি আৰু ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৰাজস্থান ভ্রমণ কৰিব। মন্ত্ৰীগৰাকীয়ে আজি জয়পুৰত জিলাখনৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত সদস্যভর্তি অভিযানত অংশগ্রহণ কৰিব। মন্ত্ৰীগৰাকীয়ে ...