ৰাষ্ট্ৰীয়

September 24, 2024 9:21 PM September 24, 2024 9:21 PM

views 5

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন, মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য চৰকাৰৰ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু ম...

September 24, 2024 9:19 PM September 24, 2024 9:19 PM

views 4

পশ্চিমবংগৰ জলপাইগুৰিৰ মইনাগুৰি ৰে’ল ষ্টেচনৰ সমীপত মালবাহী ৰে’লগাড়ীৰ দবা লাইনচ্যুত

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন মালবাহী ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনৰ পৰা বাগৰি পৰে। ৰে'লগাড়ীখনৰ একাংশ দবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবেই এই অঘটন ঘটে। দুৰ্ঘটনাত পতিত ৰে’লগাড়ীখন অসমৰ পৰা নিউ জলপাইগুৰি ষ্টেচন অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আলিপুৰ দুৱাৰৰ ম...

September 24, 2024 9:06 PM September 24, 2024 9:06 PM

views 5

ৰাজহুৱা খণ্ডৰ হিচাপ-নিকাচ ব্যৱস্থাৰ ক্ষমতাৰ পৰিধিয়ে পৰম্পৰাগত হিচাপ-নিকাচ ব্যৱস্থাৰ পৰিধিক চেৰ পেলাইছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে কৈছে যে, হিচাপ-নিকাচ ফলপ্রসূভাৱে সম্পন্ন কৰাৰ বাবে হিচাপ-নিকাচ ব্যৱস্থাটো প্ৰযুক্তিৰ উত্থানৰ অনুৰূপ হ'ব লাগে। নতুন দিল্লীত আজি সর্বোচ্চ হিচাপ-নিকাচ প্ৰতিষ্ঠানসমূহৰ এছিয় সংস্থাৰ ষষ্ঠদশ সভা উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজহুৱা খণ্ডৰ...

September 24, 2024 9:04 PM September 24, 2024 9:04 PM

views 5

ত্ৰিপুৰাত এন এল এফ টি আৰু এ টি টি এফৰ ৫০০ৰো অধিক উগ্ৰপন্থীৰ অস্ত্ৰসম্বৰণ

ত্ৰিপুৰাত আজি নেচনেল ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চ (এ টি টি এফ)ৰ ৫শৰো অধিক উগ্ৰপন্থীয়ে অস্ত্ৰসম্বৰণ কৰে আৰু হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ ঘুৰি আহে। এই উপলক্ষে চপাহিজালা জিলাৰ অধীনৰ জাম্পুই জালাত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা, মুখ্য সচিব জে ...

September 24, 2024 9:03 PM September 24, 2024 9:03 PM

views 2

নতুন দিল্লীৰ এইমছ আৰু প্ৰযুক্তি কোম্পানী ইনটুইটিভৰ ৰ’ব’টিক সহায়ক অস্ত্ৰোপচাৰৰ নতুন প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

নতুন দিল্লীৰ এইমছ আৰু প্ৰযুক্তি কোম্পানী ইনটুইটিভে আজি ৰ'ব'টিক সহায়ক অস্ত্ৰোপচাৰৰ নতুন প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এইমছে দ্যা ভিঞ্চি ৰবটিক সহায়ক প্ৰশিক্ষণ কেন্দ্ৰটোৱে ইউৰ’লজী, গায়ন'ক'লজী, সাধাৰণ অস্ত্ৰোপচাৰ আদি সম্পন্ন কৰিব পৰাকৈ দক্ষ শল্য চিকিৎসকৰ দলক প্ৰশিক্ষণ ...

September 24, 2024 9:02 PM September 24, 2024 9:02 PM

views 6

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি বিজেপিৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

বিজেপিৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীশৰ্মাই কয় যে, ৰাজ্যখনত বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত সঁচাকৈ গুৰুত্ব আৰোপ ...

September 24, 2024 7:43 PM September 24, 2024 7:43 PM

views 5

এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন উজবেকিস্তানত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংক (এ আই আই বি)ৰ পৰিচালনা পৰিষদৰ নৱম বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উজবেকিস্তানৰ তাশখণ্ডত উপস্থিত হৈছে। শ্ৰীমতী সীতাৰমনে কাইলৈ এই বৈঠকত অংশ ল'ব। ভাৰত এছিয় আন্তঃগাঁথনি বিনিয়োগ বেংকৰ দ্বিতীয় সর্ববৃহৎ অংশীদাৰ। কাইলৈৰ বৈঠকত ...

September 24, 2024 7:42 PM September 24, 2024 7:42 PM

views 5

গৌতমবুদ্ধ নগৰত কাইলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচা...

September 24, 2024 7:41 PM September 24, 2024 7:41 PM

views 12

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ২৬টা সমষ্টিৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ভোটগ্রহণ মুক্ত, নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত...

September 24, 2024 7:40 PM September 24, 2024 7:40 PM

views 4

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনত আন্তঃগাঁথনি, কৃষক, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকাৰ আঁচনি গ্রহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তৃতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি, সমাজ কল্যাণ, কৃষক, মধ্যবিত্ত শ্রেণী, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন আঁচনি গ্রহণ কৰিছে। চৰকাৰে দেশৰ গ্ৰামাঞ্চল আৰু আৰ্থিকভাৱে প...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।