September 25, 2024 6:46 PM September 25, 2024 6:46 PM
13
ঝাৰখণ্ড বিধানসভা নির্বাচনৰ বাবে আসন আৱণ্টনক লৈ কোনোধৰণৰ মতানৈক্য হোৱা নাই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ঝাৰখণ্ড বিজেপিৰ সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, সমাগত ঝাৰখণ্ড বিধানসভা নির্বাচনত বিজেপিয়ে জে ডি ইউ আৰু অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ সৈতে একেলগে প্রতিদ্বন্দ্বিতা কৰিব। তেওঁ কয় যে, আসন আৱণ্টনক লৈ কোনোধৰণৰ মতানৈক্য হোৱা নাই। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শৰ...