ৰাষ্ট্ৰীয়

November 4, 2024 6:01 PM

views 29

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্রার্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ...

November 4, 2024 6:35 PM

views 37

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ...

November 4, 2024 5:58 PM

views 41

ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছে৷ শ্ৰী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, চ...

November 4, 2024 5:56 PM

views 31

উত্তৰাখণ্ডৰ আলমোৰা জিলাত যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি পুৱা এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৩৬ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাউলিখাল পৰা ৰামনগৰ অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৫১ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি...

November 4, 2024 5:55 PM

views 30

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ'লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্র...

November 4, 2024 1:02 PM

views 26

উত্তৰাখণ্ডত এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি এখন যাত্রীবাহী বাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাৰোৱালৰ পৰা কুমাও অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৪০ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ' খাৱৈত বাগৰি পৰাৰ ...

November 4, 2024 12:36 PM

views 25

পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থা আৰু ভাৰতীয় খাদ্য নিগমৰ ক্ৰয়

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে । গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২ হেজাৰ ৩২০ টকা মূল্যত এই ধা...

November 4, 2024 12:32 PM

views 21

বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ২৫ লাখ টকালৈ বৃদ্ধি মধ্য প্ৰদেশ চৰকাৰৰ

মধ্য প্ৰদেশ চৰকাৰে বন্যপ্ৰাণীৰ আক্ৰমণত নিহত লোকৰ নিকটাত্মীয়লৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ ৮ লাখ টকাৰ পৰা ২৫ লাখ টকালৈ বৃদ্ধি কৰিছে। ৰাজ্যখনৰ উমাৰিআ জিলাৰ বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোক নিহত হোৱাৰ এদিন পাছত এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰী ...

November 4, 2024 12:28 PM

views 26

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। যোৱা ৩০ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৰাজ্যখনৰ ২৮৮টা বিধানসভা নিৰ্বাচনৰ বাবে ৭ হাজাৰ ৯৯৪ প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২০ নৱেম্বৰত এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ...

November 4, 2024 12:27 PM

views 18

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচনৰ বাবে আজি বিশেষ বৈঠক

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে আজি বিশেষ বৈঠক অনুষ্ঠিত হ'ব। ইতিমধ্যে পদটোৰ বাবে নেচনেল কনফাৰেন্স দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী আব্দুল ৰহিম ৰাথেড়ৰ নাম প্ৰস্তাৱ কৰা হৈছে। বিধানসভা সচিবালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠক দিনৰ চাৰে ১০ বজাত আৰম্ভ হ'ব। অধ্যক্ষ নিৰ্বাচনৰ বিষয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।