ৰাষ্ট্ৰীয়

October 3, 2024 12:27 PM October 3, 2024 12:27 PM

views 5

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ অনলাইন নিলাম ৩১ অক্টোবৰলৈ বৃদ্ধি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ অনলাইন নিলামৰ তাৰিখ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ নিলামৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। চৰকাৰে জনসাধাৰণক অনলাইন নিলামত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। নিলামত সংগৃহীত ধনেৰে নমামী গংগা পুঁজিলৈ বৰঙণি আগবঢ়োৱা হ'ব। ইচ...

October 3, 2024 12:26 PM October 3, 2024 12:26 PM

views 3

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি গান্ধী নগৰত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। আহমেদাবাদ পৌৰ নিগমৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৪৪৬ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন ক...

October 3, 2024 12:25 PM October 3, 2024 12:25 PM

views 3

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন, শনিবাৰে ভোটগ্ৰহণ

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি অন্ত পৰিব। শনিবাৰে ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোতে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰো ভোটগণনা ৮ অক্টোবৰত সম্পন্ন হ'ব। ইফালে নির্বাচন আয়োগে ৫ অক্টোবৰৰ সন্ধিয়া চাৰে ৬ বজা পর্যন্ত এ...

October 3, 2024 12:24 PM October 3, 2024 12:24 PM

views 10

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনী সহঃপ্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, পর্যায় ক্ৰমে দলীয় ইস্তাহাৰ প্ৰকাশ কৰা হ'ব। দ্ব...

October 3, 2024 12:22 PM October 3, 2024 12:22 PM

views 3

কম্বোডিয়াত আবদ্ধ হৈ থকা ৬৭জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

কম্বোডিয়াত ভুৱা এজেণ্টৰ জৰিয়তে লাভ কৰা প্ৰৱঞ্চনামূলক চাইবাৰ অপৰাধৰ দ্বাৰা চাকৰিৰ প্ৰস্তাৱত আবদ্ধ হৈ থকা ৬৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। ন'ম প্নেহত থকা ভাৰতীয় দূতাৱাসে কম্বোডিয়াৰ আৰক্ষীৰ সহযোগত তেওঁলোকক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰে। ২৮ গৰাকী লোকক দুই-এদিনৰ ভিতৰতে দেশলৈ ঘূৰাই অনা হ'ব। দূতাবাস...

October 3, 2024 12:21 PM October 3, 2024 12:21 PM

views 3

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ এটা প্ৰতিনিধি দলৰ শ্রীলংকাৰ বিষয়াক সাক্ষাৎ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ এটা প্ৰতিনিধি দলে IMFৰ চলিত কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনাৰ বাবে শ্রীলংকাৰ বিষয়াসকলক সাক্ষাৎ কৰিছে। দুয়োপক্ষই ২.৯ বিলিয়ন ডলাৰৰ বিত্তীয় পেকেজৰ চতুৰ্থ কিস্তি মুকলি কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা আদিকে ধৰি এতিয়ালৈ হোৱা কাম-কাজ তথা আগলৈ ল'বলগীয়া পদক্ষেপসমূ...

October 3, 2024 12:19 PM October 3, 2024 12:19 PM

views 3

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমানৰ উৰণত বিলম্ৱ

মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বিমান ভ্রমণত যথেষ্ট ব্যাঘাতৰ সৃষ্টি হৈছে। ফ্লাইটৰাডাৰ-24ৰ তথ্য অনুসৰি, বিশ্বজুৰি বিমান পথৰ পৰিৱৰ্তন বা বিমান বাতিল কৰিবলগীয়া হোৱাৰ বিপৰীতে লেবানন, ইজৰাইল আৰু কুৱেইটৰ আঞ্চলিক বিমানবন্দৰসমূহত দীৰ্ঘসময়লৈ উৰণ বিলম্ব কৰিবলগীয়া হৈছে। ইপিনে শেহ...

October 3, 2024 12:16 PM October 3, 2024 12:16 PM

views 3

আমেৰিকাত সাগৰীয় ঘূৰ্ণী বতাহ হাৰিকান হেলিনৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৮৩ লৈ বৃদ্ধি

আমেৰিকাত সাগৰীয় ঘূৰ্ণী বতাহ হাৰিকান হেলিনৰ ফলত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৮৩ লৈ বৃদ্ধি পাইছে। আমেৰিকাৰ দক্ষিণ প্ৰান্তত এতিয়াও শ শ লোক নিৰুদ্দেশ হৈ আছে। কেৱল উত্তৰ কেৰ'লিনাত কমেও ৯০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি জ' বাইডেনে আজি উত্তৰ কেৰ'লিনা পৰিদৰ্শন কৰিব। প্ৰতিৰক্ষা বিভাগত ৰাষ...

October 2, 2024 8:35 PM October 2, 2024 8:35 PM

views 4

সুমিত্ৰা গান্ধী কুলকাৰ্ণীয়ে গান্ধীজীৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতিনী সুমিত্ৰা গান্ধী কুলকাৰ্ণীয়ে গান্ধীজীৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা কৰিছে। এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশিত PM modi living the Ideals of Mahatma Gandhi শীর্ষক প্ৰৱন্ধত শ্ৰীমতী কুলকার্ণীয়ে কৈছে যে, প্রধানমন্ত্ৰী হোৱাৰ পাছতে শ্...

October 2, 2024 8:33 PM October 2, 2024 8:33 PM

views 6

ঝাৰখণ্ডৰ হাজাৰিবাগত প্রধানমন্ত্ৰীৰ ৮৩, ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰিবাগত ৮৩ হাজাৰ ৩০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰে। এই প্রকল্পসমূহৰ ভিতৰত ধৰতী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান আছে যাৰ মুঠ ব্যয় হৈছে ৭৯ হাজাৰ ১৫০ কোটি টকা। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জনজাতি আদিৱাসী নয়া মহা অভিযান...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।