ৰাষ্ট্ৰীয়

October 11, 2024 6:36 PM October 11, 2024 6:36 PM

views 2

গ্ৰামাঞ্চলৰ পৰিয়ালৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি

গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্ৰাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলি আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮ হাজাৰ ৫৯ টকাৰ পৰা ১২ হাজাৰ ৬৯৮ টকালৈ ব...

October 11, 2024 11:05 AM October 11, 2024 11:05 AM

views 4

বিশ্বৰ বিভিন্ন অংশত আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস পালন

বিশ্বৰ বিভিন্ন অংশত আজি আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস পালন কৰা হৈছে। ছোৱালীসকলৰ লিংগ সমতা, শিক্ষা আৰু সুযোগৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে ভৱিষ্যতৰ বাবে ছোৱালীসকলৰ দৃষ্টিভংগী।

October 11, 2024 11:02 AM October 11, 2024 11:02 AM

views 2

দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশৰ জনসাধাৰণক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশৰ জনসাধাৰণক ওলগ জনাইছে। শ্রীমুৰ্মুৱে তেওঁৰ বাৰ্তাত কৈছে যে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় আৰু সাহসৰ প্ৰতীক হিচাপে দুৰ্গা পূজা পালন কৰা হয়। তেওঁ কয় যে এই উৎসৱ, দেৱী দুৰ্গাৰ প্ৰতি পূৰ্ণ সমর্পন তথা সকলো ধৰ্মৰ মাজত একতা আৰু সম্প্র...

October 11, 2024 11:39 AM October 11, 2024 11:39 AM

views 3

গ্ৰামাঞ্চলৰ পৰিয়ালৰ আয় ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি : নাবাৰ্ড

গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্রাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলী আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮,০৫৯ টকাৰ পৰা ১২,৬৯৮ টকালৈ বৃদ্ধি পাইছে...

October 11, 2024 10:51 AM October 11, 2024 10:51 AM

views 11

ভিয়েণ্টিয়ানত হ’বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাওৰ ৰাজধানী ভিয়েণ্টিয়ানত হ'বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল'ব। বিশ্বৰ আগশাৰীৰ নেতাসকলৰ এই মঞ্চই অঞ্চলটোত কৌশলগত আস্থাৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় আৰু অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহক আঞ্চলিক গুৰুত্বৰ বিভিন্ন বিষয় লৈ মত- বিনিময়ৰ সুযোগ প্ৰ...

October 10, 2024 8:46 PM October 10, 2024 8:46 PM

views 4

এছিয়ান টেবুল টেনিছৰ ছেমিফাইনেলত চীনা টাইপেইৰ হাতত ০-৩ ফলাফলত পৰাজিত ভাৰতীয় পুৰুষ দল

ভাৰতীয় পুৰুষ দল আজি কাজাখস্তানৰ আষ্টানাত অনুষ্ঠিত এছিয়ান টেবুল টেনিছ প্রতিযোগিতাৰ ছেমিফাইনেলত চীনা টাইপেইৰ হাতত ০-৩ ফলাফলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতৰ শৰৎ কমলে ছিংগলছৰ প্ৰথমখন খেলত লীন য়ুন যুৰ হাতত পৰাভূত হোৱাৰ বিপৰীতে দ্বিতীয়খন ছিংগলছত মানৱ থাক্কৰ কাও চেং জুইৰ হাতত প...

October 10, 2024 8:34 PM October 10, 2024 8:34 PM

views 12

কৰ হস্তান্তৰৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে আজি কৰ হস্তান্তৰৰ অংশ হিচাপে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিয়ে। বিত্ত মন্ত্রালয়ে প্ৰকাশ কৰা মতে আসন্ন উৎসৱৰ বতৰলৈ চাই ৰাজ্যসমূহৰ মূলধনী ব্যয় আৰু বিকাশমূলক কামকাজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অগ্রিম কিস্তি মুকলি কৰি দিয়া হৈছে। ইয়াৰ অধীনত উত্তৰ প্ৰদেশলৈ সৰ্বাধিক...

October 10, 2024 8:22 PM October 10, 2024 8:22 PM

views 12

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ শেষকৃত আজি মুম্বাইৰ ৱলিত সম্পন্ন

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ শেষকৃত আজি মুম্বাইৰ ৱলিত সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ এন চি পি এ-ত অগণন লোকে প্ৰসিদ্ধ উদ্যোগপতিগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। কালি মুম্বাইৰ এখন এখন ব্যক্তিগত হাস্পতালত ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে। ৰাষ্ট্ৰপতি শ্...

October 10, 2024 8:19 PM October 10, 2024 8:19 PM

views 5

২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ খণ্ড প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে

ভাৰতৰ বস্ত্ৰ খণ্ড ২০৩০ চনৰ ভিতৰত প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। আগষ্টত প্ৰকাশ পোৱা দেশৰ বাণিজ্য তথ্য অনুসৰি ৰেডিমেড পোছাকৰ ক্ষেত্ৰত খণ্ডটোত বিগত বৰ্ষৰ তুলনাত ১১ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে। বস্ত্ৰ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিত এই বুলি কৈছে যে, ভাৰত চৰকাৰে বহুতো আঁচনি আৰু নীতি...

October 10, 2024 8:17 PM October 10, 2024 8:17 PM

views 10

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি কৰে। একেটা অনুষ্ঠানতে বিশ্ব স্বাস্থ্য সংস্থাৰ টেলি-মানস মূল্যায়ন প্রতিবেদন আৰু কৰ্মচাৰীসকলৰ বাবে আত্মযতন মডিউলো মুকলি কৰা হয়। মানসিক স্বাস্থ্য আৰু কৰ্মস...