ৰাষ্ট্ৰীয়

November 11, 2024 6:39 PM

views 9

দেশৰ ৫১সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ শপতগ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্...

November 11, 2024 12:27 PM

views 21

ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ শপত গ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্...

November 11, 2024 12:17 PM

views 17

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আজি এখন বিশেষ আদালতত আৰম্ভ

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আজি এখন বিশেষ আদালতত আৰম্ভ হ'ব। ফাষ্টট্ৰেক আদালতত দৈনিক এই বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি হ'ব। উল্লেখযোগ্য যে যোৱা ৯ আগষ্টৰ পুৱা চিকিৎ‍সালয়খনত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ৯৪ দিনৰ পাছত এই বিচাৰ প্ৰ...

November 11, 2024 12:15 PM

views 33

বিহাৰত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ

বিহাৰৰ ৰাজগিৰিত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ দিনীয়া এই প্ৰতিযোগিতা মুকলি কৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিহাৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধান ৰবীনন্দ্ৰন শংকৰণে কয় যে, বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড...

November 11, 2024 12:14 PM

views 25

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাৰ ৩ উইকেটত জয়লাভ

দক্ষিণ আফ্ৰিকাৰ এবেখাত কালি অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে। শৃংখলাটোত দুয়োটা দলে ১-১ ফলাফলত সমতা স্থাপন কৰিছে। কালিৰ খেলখনত দক্ষিণ আফ্ৰিকাই ভাৰতে বান্ধি দিয়া ১২৫ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত ১৯...

November 11, 2024 11:55 AM

views 52

ঝাৰখণ্ডত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ঝাৰখণ্ডত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰিব। পৰহিলৈ ৰাজ্যখনৰ ৪৩টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে এন ডি এ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রধান...

November 11, 2024 11:53 AM

views 8

ৰাছিয়াৰ প্ৰথম উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰ’ৱ কালি মুম্বাইত উপস্থিত

ৰাছিয়াৰ প্ৰথম উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰ'ৱ ভাৰত ভ্ৰমণ কৰাৰ উদ্দেশ্যে কালি মুম্বাইত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ভাৰত- ৰাছিয়া সন্মিলনত আজি ৰাছিয়াৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হ'বলৈ তেওঁ আগ্ৰহেৰে ৰৈ থকা বুলি প্ৰকাশ ক...

November 11, 2024 11:48 AM

views 13

শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণো দিব। উল্লেখযোগ্য যে ৱাডটলৰ শ্ৰীস্বামীনাৰায়ণ মন্দিৰে কেইবা দশক ধৰি জনসাধাৰণৰ সামাজিক তথা আধ্যাত্...

November 10, 2024 8:20 PM

views 14

তামিল অভিনেতা থিৰু দেলহী গণেশৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

চলচ্চিত্ৰ জগতৰ থিৰু দেলহী গণেশৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে কয়, যে প্রবীন তামিল অভিনেতাগৰাকীৰ অভিনয় প্ৰতিভা আছিল অনবদ্য। প্ৰতিটো ভূমিকাতে তেওঁৰ গভীৰ অভিনয় চিৰস্মৰণীয় হৈ থাকিব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰজন্মৰ পৰিধি...

November 10, 2024 8:09 PM

views 18

নৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

INS Vela, arrived in Colomboনৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে আজি কলম্বোত উপস্থিত হয়। শ্ৰীলংকাৰ নৌবাহিনীয়ে চাবমেৰিনখন আনুষ্ঠানিকভাৱে আদৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ নৌবাহিনীৰ বিষয়া তথা চাবমেৰিনখনৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন দলীয় অনুশীলন কৰা হয়। থলুৱা কলৱৰি শ্ৰেণীৰ ডিজেল, বৈদ্যু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।