ৰাষ্ট্ৰীয়

November 12, 2024 8:17 PM

views 17

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ' পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। আকাশবাণী ভৱনতো আজি ৰাজহুৱা সম্প্ৰচাৰ দিৱস পালন কৰা হয়। সমগ্র দেশতে তথ্য, শিক্ষা আৰু সাংস্কৃতিক বিচিত্ৰতা প্ৰসাৰ...

November 12, 2024 8:15 PM

views 14

অক্টোবৰত দেশৰ খুচুৰা মুদ্রাস্ফীতি ৬. ২– ১ শতাংশলৈ বৃদ্ধি

অক্টোবৰত দেশৰ খুচুৰা মুদ্রাস্ফীতি ৬.২–১ শতাংশলৈ বৃদ্ধি পাইছে। চেপ্তেম্বৰত এই পৰিমাণ ৫ দশমিক ৪ - ৯ শতাংশ আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি অক্টোবৰত গ্রামাঞ্চলত মুদ্রাস্ফীতি ৬ দশমিক ৬-৮ শতাংশলৈ আৰু নগৰাঞ্চলত মুদ্রাস্ফীতি ৫ দশমিক ৬-২ শতাংশ হয়। ইপিনে, সৰ্বভাৰতীয় উপ...

November 12, 2024 8:13 PM

views 10

ৰাজহুৱা খণ্ডৰ বেংকসমূহে ২০২৪ -২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ১১ শতাংশৰ বিকাশ হাৰ অৰ্জন

দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে ২০২৪ -২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাল প্ৰদৰ্শনেৰে বাৰ্ষিক ভিত্তিত ১১ শতাংশৰ বিকাশ হাৰ অৰ্জন কৰিছে। এই সময়চোৱাত বেংকসমূহে মুঠ ২৩৬ লাখ ৪ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিগত কেইটামান বছৰত বেংকিং ক্ষেত্ৰত সেৱাৰ প্ৰসাৰ আৰু দক্ষতা বৃদ্ধি, দে...

November 12, 2024 8:10 PM

views 9

ভাৰতৰ সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰকাৰী সামগ্ৰীৰ ৰপ্তানী বিগত ২ বছৰত ২৩ গুণ বৃদ্ধি

ভাৰতৰ ছ'লাৰ পিভি অর্থাৎ সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰকাৰী সামগ্ৰীৰ ৰপ্তানী বিগত দুই বছৰত ২৩ গুণ বৃদ্ধি পাই ২০০ কোটি আমেৰিকান ডলাৰ হৈছে। শক্তি অর্থনীতি আৰু বিত্তীয় বিশ্লেষণ প্ৰতিষ্ঠান আৰু জে এম কে গৱেষণা তথা বিশ্লেষণ গোটৰ প্ৰতিবেদন অনুসৰি ২০২২ ৰ পৰা ২০২৪ বিত্তীয় বৰ্ষলৈ এনে সামগ্ৰীৰ ৰপ্তানি বৃদ...

November 12, 2024 8:08 PM

views 29

উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মধ্যপ্ৰদেশৰ উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন কৰে। অনুষ্ঠানত ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড০ মোহন যাদৱকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত ২০২২-২৩ বৰ্ষৰ বাবে কালিদাস অলংকাৰণ সন্মান প্ৰদান কৰা হয়। ৪ টা শাখাত ৮ গৰাকী পণ্ডিত...

November 12, 2024 7:25 PM

views 38

কাইলৈ ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণ

কাইলৈ কেৰালাৰ ৱায়নাড সংসদীয় সমষ্টিকে ধৰি আন ১০ খন ৰাজ্যৰ ২৮ টা বিধানসভা সমষ্টিৰ বাবেও উপ-নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। কাইলৈ ৰাজস্থানৰ ৭টা, পশ্চিমবংগৰ ৬টা, বিহাৰৰ ৪টা, কৰ্ণাটকৰ ৩ টা, মধ্য প্ৰদেশ আৰু ছিকিমৰ দুটাকৈ আৰু কেৰালা, ছট্টিশগড়, গুজৰাট আৰু মেঘালয়ৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব । উত্তৰ ...

November 12, 2024 2:33 PM

views 31

দেশজুৰি আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ’ পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। সিদিনাখন জাতিৰ পিতা মহাত্মা গান্ধীয়ে আকাশবাণীৰ জৰিয়তে দেশ বিভাজনৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অস্থায়ীভাৱে বস...

November 12, 2024 2:24 PM

views 28

যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু সুৰক্ষা ভাবুকি ফলপ্ৰসুভাৱে প্ৰতিহত কৰাৰ বাবে প্ৰতিৰক্ষা কৌশল অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত দিল্লী প্ৰতিৰক্ষা আলোচনাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ...

November 12, 2024 2:19 PM

views 29

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্...

November 12, 2024 2:16 PM

views 31

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

৮২ জনীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩ টা সমষ্টিক সামৰি লোৱা হ'ব। নির্বাচনী দলসমূহ সংশ্লিষ্ট কেন্দ্ৰলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা ২২৫ টা কেন্দ্ৰৰ ভিতৰত ১৯৪ টা কেন্দ্ৰত নিৰ্বাচনী দল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।