October 12, 2024 11:45 AM October 12, 2024 11:45 AM
13
ভাৰত আৰু ইউৰোপৰ মাজৰ ব্যৱসায় যথেষ্ট বৃদ্ধি কৰিব পৰা যাব : পীয়ুষ গোৱেল
বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীয়ুষ গোৱেলে কয় যে পাৰস্পৰিক বুজাপৰা আৰু সহযোগিতাৰে ভাৰত আৰু ইউৰোপৰ মাজৰ ব্যৱসায় যথেষ্ট বৃদ্ধি কৰিব পৰা যায়। নতুন দিল্লীত কালি ইউৰোপীয় ব্যৱসায় সংঘৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্রীগোৱেলে কয় যে, বিশ্ব প্রতিশোধৰ সিদ্ধান্তৰে কাম কৰিব নোৱাৰে বৰং পাৰস্পৰ...