ৰাষ্ট্ৰীয়

November 14, 2024 9:09 AM

views 35

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ বিহাৰৰ জামুই ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ'ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব। ইয়াৰ উপৰিও তেওঁ অঞ...

November 13, 2024 8:40 PM

views 29

উচ্ছেদ কাৰ্য্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি বিজেপি

বিজেপিয়ে উচ্ছেদ কাৰ্য্য সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনাই এই ৰায় অকল এখন ৰাজ্যৰ বাবে নহয়, বৰং সমগ্ৰ দেশৰ বাবে বুলি মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত আজি নতুন দিল্লীত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত দলৰ মুখপাত্র সম্বিত পাত্ৰই কয় যে, ভাৰতত আইনৰ শাসন আছে আৰু দেশত নী...

November 13, 2024 8:38 PM

views 32

গাজাৰ সংঘৰ্ষক লৈ উদ্বেগ প্রকাশ ডº এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ডº এছ জয়শংকৰে পশ্চিম এছিয়াৰ পৰিস্থিতি, বিশেষকৈ গাজাৰ সংঘৰ্ষক লৈ উদ্বেগ প্রকাশ কৰিছে। ভাৰতৰ স্থিতিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয়, যে এই ক্ষেত্ৰত দেশে অটল আৰু আদৰ্শকেন্দ্ৰিক স্থিতি গ্ৰহণ কৰি আহিছে। ভাৰতে নিৰীহ জনসাধাৰণৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰি সন্ত্ৰাসবাদ আৰু অপহৰণ কাৰ্য্যক গৰিহণা দি আ...

November 13, 2024 8:34 PM

views 30

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে আজি ধুলে জিলাৰ সিন্দখেড়াৰ এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ হাৰিয়াণাৰ উদাহৰণ দি মহাৰাষ্ট্ৰত শাসকী...

November 13, 2024 8:32 PM

views 12

বিভিন্ন প্ৰশিক্ষণ প্রতিষ্ঠানে ব্যৱহাৰ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে এলানি নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণৰ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে অভিভাৱক আৰু প্ৰাৰ্থীসকল বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থী আৰু পাঠ্যক্ৰমৰ বিষয়ে যাৱতীয় তথ্য প্ৰদান কৰিব লাগে বুলি নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে অস্বীকাৰমূলক ঘোষণা আৰু স্পষ্টীকৰণ স...

November 13, 2024 8:29 PM

views 41

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যখনত বিয়লি ৫ বজালৈ ৬৪ দশমিক ৮-৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত এই হাৰ আছিল ৬৩ দশমিক ৯ শতাংশ। ভোটদাতাসকলে নির্বাচন বৰ্জনৰ আহ্বান নেওচি সন্তোষজনক হাৰত ...

November 13, 2024 6:14 PM

views 20

কাইলৈৰ পৰা ওড়িষাৰ ভূৱনেশ্বৰত দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন

কেন্দ্ৰীয় চৰকাৰে নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি মন্ত্ৰালয়ে কাইলৈৰ পৰা ওড়িষাৰ ভূৱনেশ্বৰত দুদিনীয়া চিন্তন শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তি উৎপাদনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'ব পৰাকৈ কৌশল গ্রহণ কৰা তথা ২০৪৭ চনৰ ভিতৰত এহেজাৰ ৮০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰ স...

November 13, 2024 6:09 PM

views 27

পৰ্যটনৰ উন্নয়নে যুৱ সম্প্ৰদায়ৰ বাবে বৃহৎ পৰিমাণৰ নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে পৰ্যটনৰ উন্নয়নে কেৱল ঐতিহ্যক আগবঢ়াই নিয়াই নহয়, বৰঞ্চ ই যুৱ সম্প্ৰদায়ৰ বাবে বৃহৎ পৰিমাণৰ নিয়োগৰ সুবিধাও সৃষ্টি কৰে। তিনিদিনীয়া কাৰ্যসূচীৰে দাদা নগৰ হাভেলী তথা দমন আৰু দিউ ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কেন্দ্রীয় শাসিত অঞ্চলটোত ভালেমান উন্নয়নমূ...

November 13, 2024 6:05 PM

views 17

দ্বাৰভাংগাত প্রধানমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দ্বাৰভাংগাত ১২ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনি খণ্ডক বিশেষ মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে আজি দ্বাৰভাংগাত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছৰ আধাৰশিলা স্থাপন কৰ...

November 12, 2024 8:19 PM

views 13

বিশ্ব বিলিয়াড চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জন কৰা পংকজ আদৱানীক প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্ব বিলিয়াড চেম্পিয়ন ২০২৪ৰ খিতাপ অৰ্জন কৰাৰ বাবে পংকজ আদৱানীক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে এটা বাৰ্তাত তেওঁৰ খেলৰ প্ৰতি সমৰ্পন, আগ্ৰহ আৰু দায়বদ্ধতাৰ বাবে প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে খেলুৱৈগৰাকীৰ সাফল্যই নৱ প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।