ৰাষ্ট্ৰীয়

October 14, 2024 6:10 PM October 14, 2024 6:10 PM

views 4

ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৰ দ্বিপাক্ষিক বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে আলজেৰিয়ান-ভাৰত অর্থনৈতিক সন্মিলনতো অংশগ্ৰহণ কৰে। শ্রীমতী মুর্মু কালি আলজিয়াৰ্ছ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ প...

October 14, 2024 12:25 PM October 14, 2024 12:25 PM

views 2

হাৰিয়ানাৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ কেন্দ্ৰীয় পর্যবেক্ষক নিয়োগ

বিজেপিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱক হাৰিয়ানাৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিয়োগ কৰিছে। দলে লগতে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘক কে...

October 14, 2024 12:21 PM October 14, 2024 12:21 PM

views 1

আই-পি-ইউৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জেনেভাত উপস্থিত ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্রতিনিধি দলটোৱে আন্তঃসংসদীয় সংঘ আই-পি-ইউৰ ১৪৯ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱানিশা জেনেভাত উপস্থিত হয়। শ্রীবিৰলাই সামাজিক মাধ্যম যোগে কয় যে, তেওঁ বৈঠকত শান্তিপূৰ্ণ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱণৰ ব্যৱহাৰ সন্দৰ্...

October 14, 2024 12:09 PM October 14, 2024 12:09 PM

views 6

ভাৰত-আলজেৰিয়াৰ মাজত সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ম'ৰিটেনিয়া আৰু ম'লাৱিৰ ত্ৰিদেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত যোৱানিশা আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্ছত উপস্থিত হয়। এই ভ্ৰমণৰ আজি দ্বিতীয় দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-আলজেৰিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে দেশখনৰ নেতৃবৰ্গৰ সৈতে কেই...

October 14, 2024 11:57 AM October 14, 2024 11:57 AM

views 8

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বৰ্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাব ইণ্টাৰ্ণ...

October 14, 2024 11:54 AM October 14, 2024 11:54 AM

views 7

২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভিলেজ ৰকষ্টাৰ-২ লৈ বিশেষ বঁটা

চলচিত্র নির্মাতা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ-২ ছবিখনে দক্ষিণ কোৰিয়াৰ বুশ্বান চহৰত অনুষ্ঠিত ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ শিতানত বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে মহোৎসৱত ছবিখনে কিম জিছিঅ'ক বঁটা লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সফলতা লাভ কৰি ছবি ...

October 13, 2024 9:24 PM October 13, 2024 9:24 PM

views 7

দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰ দিল্লীত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে দীপাৱলীৰ পূৰ্বে ৰাজধানী চহৰখনত ১,৩২৩ কিলোগ্ৰাম অবৈধ আতচবাজি জব্দ কৰে। ঘটনা সন্দৰ্ভত এজন বাহন চালককে ধৰি ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত লোককেইজনে অবৈধ আতচবাজিসমূহ দিল্লী এন চি আৰ অঞ্চললৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

October 13, 2024 9:19 PM October 13, 2024 9:19 PM

views 6

অ’লাক গ্রাহকসকলক পছন্দ অনুসৰি, ধন প্রত্যর্পণৰ পদ্ধতি বাছনি কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণৰ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণ CCPA-এ যাতায়াতৰ বাবে থকা মঞ্চ অ'লাক গ্রাহকসকলক পছন্দ অনুসৰি, ধন প্রত্যর্পণৰ পদ্ধতি বাছনি কৰাৰ সুবিধা দিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে সংস্থাটোক গ্ৰাহকসকলৰ অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়াত পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত অথবা কুপণ পদ্ধতিৰ জৰিয়তে ধন প্ৰত্যপূৰ্ণৰ সুবি...

October 13, 2024 9:12 PM October 13, 2024 9:12 PM

views 9

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণ...

October 13, 2024 9:08 PM October 13, 2024 9:08 PM

views 7

সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্রাসকৰণ দিৱস পালন

সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্রাসকৰণ দিৱস পালন কৰা হৈছে। সমগ্ৰ বিশ্বতে দুৰ্যোগৰ আশংকা হ্ৰাস কৰা তথা এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে স্থায়ী ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ সৱলীকৰণ। এই বিষয়বস্তুৱে দুৰ্য...