ৰাষ্ট্ৰীয়

November 15, 2024 4:58 PM

views 17

নতুন দিল্লীৰ বাঁছেৰা পাৰ্কত বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন

আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ভগৱান বীৰছা মুণ্ডাক দেশৰ স্বাধীনতা আন্দোলনৰ মহান বীৰ যোদ্ধাসকলৰ অন্যতম বুলি অভিহিত কৰিছে। জনজাতীয় গৌৰৱ দিৱস উপলক্ষে নতুন দিল্লীৰ বাঁছেৰা পাৰ্কত বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি এটা উন্মোচন কৰি শ্ৰী শ্বাহে কয়, যে জনজাতীয় সম্প্রদায়সমূহ চিৰদিন ভগৱান বীৰছা মুণ্ডাৰ ...

November 15, 2024 4:55 PM

views 12

ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সমাজিক মাধ্যমত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ভগৱান বীৰছা মুণ্ডা, বীৰ ছিড' কানহু, চান্দ ভৈৰৱ, টিলকা মাঝি আৰু নীলাম্বৰ-পিতম্বৰে ...

November 15, 2024 4:49 PM

views 9

জামুইত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জামুইত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৬,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজিৰ ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। একে সময়তে তেওঁ ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ বছৰজোৰা উদযাপন পর্...

November 15, 2024 11:59 AM

views 8

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্ৱোধন কৰিব বড়োলেণ্ড মহোৎসৱ

নতুন দিল্লীৰ কে ডি যাদৱ ৰেষ্টলিং ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৬.৩০ বজাত বড়োলেণ্ড মহোৎসৱৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰিব। নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতি...

November 15, 2024 11:55 AM

views 11

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম-দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ ওপৰত শৈক্ষিক বোজা হ্ৰাস কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ব'ৰ্ডৰ পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন সাধন ...

November 15, 2024 11:43 AM

views 8

ভাৰত-দক্ষিণ আফ্ৰিকাৰ ৪খনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ আজি অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেল আজি জোহান্সবার্গত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাৰ ২-১ ফলাফলত আগবাঢ়ি আছে। ভাৰতে কিংছমিডত অনুষ্ঠিত প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰিছিল। ডাৰবানত অনুষ্ঠিত ...

November 15, 2024 11:41 AM

views 21

গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ দেশবাসীলৈ শুভেচ্ছা

দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তা যোগে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়, বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোক...

November 15, 2024 11:39 AM

views 10

দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৭.২৮ শতাংশ ৰপ্তানি বৃদ্ধি

দেশত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৰপ্তানিৰ হাৰ ৭ দশমিক ২-৮ শতাংশ বৃদ্ধি পাই ৪৬ হাজাৰ ৮২৭ কোটি ডলাৰ হৈছে। যোৱা বছৰ এই সময়ছোৱাত এই পৰিমাণ আছিল ৪৩ হাজাৰ ৬৪৮ কোটি ডলাৰ৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয় জাৰি কৰা পৰিসংখ্যা অনুসৰি এই সময়ছোৱাত অকল বাণিজ্যিক সামগ্ৰীৰ ৰপ্তানি ২৫ হাজাৰ ২২৮ কোটি ডলাৰ হয়...

November 15, 2024 11:38 AM

views 10

বিদেশমন্ত্ৰী ড° এছ জয়শংকৰৰ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ

বিদেশমন্ত্ৰী ড° এছ. জয়শংকৰে কালি এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰে ৷ এই ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে ডুবাই Knowledge Park চিমবায়'চিছ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ বিদেশত থকা প্ৰথমটো চৌহদ উদ্বোধনী কাৰ্যসূচীত সভাপতিত্ব কৰে। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজৰ সম্...

November 14, 2024 9:16 PM

views 7

কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুতগতিৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুত গতিৰে আগবঢ়াই লৈ যোৱাৰ লগতে এই লোকসকল দীর্ঘ দিন ধৰি বঞ্চিত হৈ থকা বুনিয়াদী সা-সুবিধাসমূহকে ধৰি সকলো সুবিধা প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰিছে। জনজাতীয় গৌৰৱ দিৱসৰ প্রাকসন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।