ৰাষ্ট্ৰীয়

October 22, 2024 9:20 PM October 22, 2024 9:20 PM

views 9

বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা বিজেপিৰ

উচ্চতম ন্যায়ালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাৰ বাবে গুজৰাট বিশ্ববিদ্যালয়ে ৰুজু কৰা মানহানিৰ গোচৰ সংক্ৰান্তত জাৰি কৰা চমন বাতিল কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আবেদন অগ্রাহ্য কৰাৰ পাছত বিজেপিয়ে আজি দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰে।...

October 22, 2024 9:19 PM October 22, 2024 9:19 PM

views 8

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান ...

October 22, 2024 9:17 PM October 22, 2024 9:17 PM

views 4

কৈল্যান বেনাৰ্জীক অশোভনীয় আচৰণৰ বাবে ৱাফ সংশোধনী বিধেয়ক ২০২৩ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিৰ পৰা নিলম্বন

ৱাফ সংশোধনী বিধেয়ক ২০২৩ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ কৈল্যান বেনাৰ্জীক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা এদিনৰ বাবে নিলম্বন কৰিছে। সংসদ ভৱনত আজি অনুষ্ঠিত কমিটিৰ বৈঠকৰ সময়ত কৰা অশোভনীয় আচৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সূত্ৰৰ পৰাজানিব পৰা মতে, বৈঠকৰ সময়ত বিজেপি সাং...

October 22, 2024 9:12 PM October 22, 2024 9:12 PM

views 10

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান ...

October 22, 2024 8:12 PM October 22, 2024 8:12 PM

views 17

নতুন দিল্লীত আজি পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজকে ধৰি ৯ টা শাখাৰ ৩৮ গৰাকী বিজেতাক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজ...

October 22, 2024 8:39 PM October 22, 2024 8:39 PM

views 7

ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূর্ণ পন্থাৰে সমাধান কৰাত ভাৰতে সহযোগ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ষোড়শ ব্রীকছ শীর্ষ সন্মিলনৰ সুযোগতে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত শ্রীমোদীয়ে ৰাছিয়া-ইউক্রেইনৰ সংঘাত শান্তিপূৰ্ণ পন্থাৰে সমাধান কৰা উচিত বুলি ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে পুনৰ উল্লেখ কৰ...

October 22, 2024 4:03 PM October 22, 2024 4:03 PM

views 10

গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জ...

October 22, 2024 4:01 PM October 22, 2024 4:01 PM

views 11

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণৰ বাবে অধিসূচনা জাৰি কৰে। এই পৰ্যায়ত অহা ২০ নৱেম্বৰত ৰাজ্যখনত ৩৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ২৯ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ৩০ অক্টোবৰত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছ্...

October 22, 2024 3:43 PM October 22, 2024 3:43 PM

views 20

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ১,৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ...

October 22, 2024 3:40 PM October 22, 2024 3:40 PM

views 19

২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম্ভাৱনা আছেঃ শক্তিকান্ত দাস

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে, বুনিয়াদী চালিকাশক্তি ৰূপে পৰিচিত ব্যৱহাৰ আৰু বিনিয়োগ চাহিদা বৃদ্ধিৰ বাবে ভাৰতৰ বিকাশ ধাৰা অক্ষুণ্ণ থাকিব। শ্রী দাসে ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বুলেটিন যোগে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.২ শতাংশ হোৱাৰ সম...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।