ৰাষ্ট্ৰীয়

November 24, 2024 12:29 PM

views 27

চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

পৰিস্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে চৰকাৰী বিভাগসমূহত এই আঁচনি ফলদায়ক ৰূপে পৰিগণিত হৈছে আৰু কাৰ্যালয়সমূহত যথেষ্ঠ ঠাই ওলাই...

November 24, 2024 12:26 PM

views 20

মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণ কৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে এ...

November 24, 2024 11:28 AM

views 38

‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষে ভাষণ প্ৰদান কৰিব। ওড়িশা পাৰ্বা হৈছে নতুন দিল্লীৰ ওডিয়া সমাজ নামৰ এটা ন্যাসৰ দ্বাৰা পৰিচালিত এটা ধ্বজাবাহী অনুষ্ঠান । যাৰ জৰিয়তে ওডিয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ চেষ্টা ...

November 24, 2024 11:22 AM

views 28

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে  কেন্দ্ৰীয় চৰকাৰৰ সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ক...

November 24, 2024 11:19 AM

views 19

সমগ্ৰ দেশত নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন

সমগ্ৰ দেশত আজি নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন কৰা হৈছে। ১৬৭৫ চনৰ আজি দিনটোতে গুৰু টেগবাহাদুৰে ধৰ্ম, মানৱীয় প্ৰমূল্য আদৰ্শ আৰু নীতি ৰক্ষাৰ বাবে জীৱন বলিদান দিছিল। গুৰু টেগ বাহাদুৰৰ বলিদানৰ এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুৰু টেগবাহাদুৰৰ শ্বহী...

November 24, 2024 11:11 AM

views 15

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি অভিহিত কৰিছে। নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি দলীয় কর্মীসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে নির্বাচনী ফলাফলক নেতিবাচক ৰাজনীতিৰ পৰাজয় আখ্যা দিয়ে। তেওঁ কয়, যে জনসাধাৰণে কেইবাখনো ৰাজ্যত অ...

November 23, 2024 8:47 PM

views 17

মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বৰ মহায়ুটি মৰ্চাই পুনৰ শাসনভাৰ গ্ৰহণ কৰাটো নিশ্চিত

মহাৰাষ্ট্ৰত শাসনত থকা বিজেপি নেতৃত্বৰ মহায়ুটি মৰ্চাই পুনৰ শাসনভাৰ গ্ৰহণ কৰাটো নিশ্চিত হৈছে। ৰাজ্যখনৰ মুঠ ২৮৮ খন আসনৰ ভিতৰত বিজেপিয়ে ৮০ খনত জয় লাভ কৰাৰ উপৰি ৫৩ খনত আগবাঢ়ি আছে। শিৱসেনাৰ একনাথ সিন্দে গোটে ৩৭খনত জয় লাভ কৰাৰ লগতে ২০খনত আগবাঢ়ি আছে। ৩৩ খনত এন চি পিয়ে জয় লাভ কৰাৰ বিপৰীতে ৮ খনত আগবাঢ...

November 23, 2024 8:46 PM

views 21

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ অগ্ৰগতি

ঝাৰখণ্ডৰ শেহতীয়া তথ্য মতে শাসনত থকা ঝাৰখণ্ড মুক্তি মৰ্চা, বিজেপি নেতৃত্বৰ এন ডি এতকৈ আগবাঢ়ি আছে। জে এম এমে ২২খনত জয় লাভ কৰাৰ লগতে ১২ খনত আগবাঢ়ি আছে। বিজেপিয়ে ১৪খনত জয় লাভ কৰাৰ বিপৰীতে ৭খনত আগবাঢ়ি আছে। কংগ্ৰেছ দলে ১০খনত জয় লাভ কৰিছে আৰু ছখনত আগবাঢ়ি আছে। ৰাষ্ট্ৰীয় জনতা দলে দুখন আসন লাভ কৰিছে...

November 23, 2024 9:03 PM

views 25

আজি ১৩খন ৰাজ্যৰ ৪৬টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা

ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ লগতে আজি ১৩খন ৰাজ্যৰ দুটা লোকসভা সমষ্টি আৰু ৪৬টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। কেৰালাৰ ৱায়ানাড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ৱাড্ৰাই তেওঁৰ নিকটতম চি পি আইৰ প্ৰাৰ্থী সত্যম ম'কাৰীক ৪ লাখতকৈ অধিক ভোটত পৰাজিত কৰিছে। কংগ্ৰেছৰ নে...

November 23, 2024 8:43 PM

views 8

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটক জনাদেশ প্রদান কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটক ঐতিহাসিক জনাদেশ প্রদান কৰাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ যুৱক-যুৱতী আৰু মহিলাসকলৰ শলাগ লৈছে। তেওঁ কয়, যে এই চেনেহ আৰু আবেগ সঁচাকৈ নজিৰবিহীন। শ্রী মোদীয়ে লগতে ৰাজ্যখনত উন্নয়ন আৰু সু-শাসনৰ জয় হোৱা বুলি সামাজিক মাধ্যম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।