ৰাষ্ট্ৰীয়

November 23, 2024 8:42 PM

views 13

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে কাইলৈ এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন...

November 23, 2024 8:39 PM

views 9

ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত ২১৮ ৰানৰ অগ্ৰগতি ভাৰতৰ

ভাৰতে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ১৭২ ৰান সংগ্ৰহ কৰে। দিনান্তত যশস্বী জয়ছোৱালে ৯০ আৰু কে এল ৰাহুলে ৬২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সা...

November 23, 2024 6:06 PM

views 12

‘ভাৰতক জানো আহক’ কুইজত প্ৰবাসী ভাৰতীয় আৰু অন্যান্য দেশৰ লোকসকলক অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয় আৰু অন্যান্য দেশৰ লোকসকলক ‘ভাৰতক জানো আহক’ কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সামাজিক মাধমত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কুইজে ভাৰত আৰু বিশ্বজুৰি বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত সংযোগ আৰু অধিক গভীৰ কৰি তুলিব । শ্রীমোদীয়ে এই কুইজ...

November 23, 2024 6:05 PM

views 12

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৬সংখ্যক খণ্ড। আকাশবাণী-দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন ...

November 23, 2024 6:04 PM

views 12

বিশ্ব সামৰিক মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ ঋতিকা হুদাৰ সোণৰ পদক

আর্মেনিয়াৰ য়েৰেভেনত অনুষ্ঠিত বিশ্ব সামৰিক মল্লযুঁজ প্ৰতিযোগিতাৰ মহিলাৰ ৭৬ কিলোগ্রাম শাখাত ভাৰতৰ ঋতিকা হুদাই কালি সোণৰ পদক লাভ কৰে। এই পদক লাভ কৰা তেওঁ হৈছে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা খেলুৱৈ। প্ৰতিযোগিতাৰ মহিলাৰ ৬৮ কিলোগ্রাম শাখাত ভাৰতৰ প্ৰিয়ংকাই ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে ভাৰতৰ জ্যোতি ছিহাগে বৃহস...

November 23, 2024 10:40 AM

views 14

ভাৰতীয় সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী পাঁচদিনীয়া ভ্রমনসূচীৰে নেপালত উপস্থিত

ভাৰতীয় সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী পাঁচদিনীয়া ভ্রমনসূচীৰে নেপালত উপস্থিত হৈছেগৈ। তেওঁ কালি নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলি আৰু প্ৰতিৰক্ষা মন্ত্ৰী মনবীৰ ৰায়ক সাক্ষাৎ কৰি ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশক লৈ আলোচনা কৰে। ভাৰত আৰু নেপালে দুয়োখন দেশৰ সেন...

November 23, 2024 10:34 AM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৬ সংখ্যক খণ্ড। - আকাশবাণী - দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্...

November 23, 2024 10:31 AM

views 31

‘ওড়িশা পর্ব’ কাৰ্যসূচী উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে, যে ওড়িশাৰ ইতিহাসৰ কলিংগ যুদ্ধৰ অধ্যায়ে বিশ্ববাসীক শান্তিৰ পথ দেখুৱাব পাৰে। কালি সন্ধিয়া নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত তিনিদিনীয়া 'ওড়িশা পর্ব' কাৰ্যসূচী উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, প্ৰগতিৰ বাবে যে শান্তি গুৰুত্বপূৰ্ণ সেই কথা কলিংগ যুদ্ধ...

November 23, 2024 10:20 AM

views 15

সমগ্ৰ বিশ্ব‍ই ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিবলৈ লৈছে : প্ৰধানমন্ত্ৰী

বিগত ১০ বছৰত বৰ্তমানৰ চৰকাৰে ৰূপায়ণ কৰা সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰ বাবেই সমগ্ৰ বিশ্ব‍ই ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিবলৈ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। জাৰ্মানীৰ স্তটগাৰ্টৰ এটা সংবাদগোষ্ঠীয়ে ভাৰত-জার্মানী : বহনক্ষম উন্নয়নৰ পৰিকল্পনা বিষয়বস্তুৰে আয়োজন ...

November 22, 2024 8:28 PM

views 23

আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা বি চি চি আয়ৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী তিনিটা সংস্কৰণৰ সূচী ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আই পি এলৰ ২০২৫ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ২৫ মে'লৈ, ২০২৬ বৰ্ষৰ সংস্কৰণ ১৫ মাৰ্চৰ পৰা ৩১ মে'লৈ আৰু ২০২৭ বৰ্ষৰ সংস্কৰণ ১৪ মাৰ্চৰ পৰা ৩০ মে'লৈ অনুষ্ঠিত হ'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।