ৰাষ্ট্ৰীয়

November 25, 2024 11:45 AM

views 14

সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনাৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ ওম বিৰলাৰ আহ্বান

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সদস্যসকলক সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনা সমূহৰ পৰা প্ৰেৰণা লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীবিৰলাই সাংসদসকলে ইতিবাচক আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, সংৰক্ষণৰ সন্দৰ্ভত সোধ...

November 25, 2024 11:44 AM

views 13

ভাৰতে ইটালীক ইউৰোপৰ দেশসমূহৰ ভিতৰত অন্যতম মিত্ৰদেশ হিচাপে গণ্য কৰে বুলি ড০ এছ জয়শংকৰৰ মতপ্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰতে ইটালীক ইউৰোপৰ দেশসমূহৰ ভিতৰত অন্যতম মিত্ৰদেশ হিচাপে গণ্য কৰে বুলি মতপ্ৰকাশ কৰিছে। তেওঁ দেশখনক ভূমধ্য সাগৰীয় অঞ্চলৰ গুৰুত্বপূৰ্ণ দেশ হিচাপেও অভিহিত কৰে। ৰোমত ভাৰতীয় দূতাবাসৰ বিশেষ কাৰ্যালয় মুকলি কৰি ড০ এছ জয়শংকৰে কয়, যে দুয়োখন দেশৰ বিভিন্ন স্তৰৰ মাজ...

November 24, 2024 8:00 PM

views 22

সংসদৰ শীতকালীন অধিৱেশনত যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্য

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু। নতুন দিল্লীত অনুষ্ঠিত সর্বদলীয় বৈঠকৰ পাছত সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি শ্ৰী ৰিজিজুৱে অধিৱেশৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে অব্যাহত থকাতো সুনিশ...

November 24, 2024 7:57 PM

views 32

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ ২০২৪ত ভৱিষ্যতৰ সৃজনীশীল মন শিতানৰ ফলাফল ঘোষণা

গোৱাত চলি থকা ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ ২০২৪ত আজি ভৱিষ্যতৰ সৃজনীশীল মন শিতানৰ ফলাফল ঘোষণা কৰা হয়। এই শাখাত গ্রীন দলৰ গুল্লু নামৰ ছবিখনে শ্রেষ্ঠ ছবিৰ সন্মান অর্জন কৰে। ছবিখনে ৫ লাখ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰে। একেখন ছবিৰে পুষ্পেন্দ্ৰ কুমাৰে শ্ৰেষ্ঠ অভিনেতা আৰু লভফ্লিক্স ছাবছক্রিপচন ছব...

November 24, 2024 7:50 PM

views 57

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেন আই এন ডি আই মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেন আই এন ডি আই মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা হিচাপে আজি বাছনি লাভ কৰে। আজি বিয়লি ৰাঁচীত মিত্ৰজোঁটটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই বৈঠকত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি, চি পি আই এম এলৰ নৱনিৰ্বাচিত বিধায়কসকলে ভ...

November 24, 2024 6:41 PM

views 47

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবি স্বৰ্গৰথৰ প্ৰদৰ্শন

গোৱাত অনুষ্ঠিত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱত আজি ৰাজেশ ভূঞাই পৰিচালনা কৰা স্বৰ্গৰথ ছবিখন প্ৰদৰ্শিত হয়। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখনে দেশ-বিদেশৰ বহু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। উল্লেখযোগ্য যে বিগত ২৫ বছৰত এই মহোৎসৱৰ মূল শাখাত স্থান লাভ কৰা স্বৰ্গৰথ হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ। ...

November 24, 2024 6:17 PM

views 19

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক

চৰকাৰৰ আহ্বান মৰ্মে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰে। সংসদৰ শীতকালীন...

November 24, 2024 6:05 PM

views 38

গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান বুলি  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান। তেওঁ প্ৰকাশ কৰে যে, এনেকুৱা এটা পুথিভঁৰাল শিশুসকলৰ বাবে চেন্নাইত আৰম্ভ কৰা হৈছে। যিটো এতিয়া শিক্ষা আৰু সৃষ্টিশীলতাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰু যা...

November 24, 2024 6:03 PM

views 34

বয়োজ্যেষ্ঠ লোকসকলক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধৰ বিষয়ে শিকাবলৈ যুব প্ৰজন্মৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভূপালৰ মহেশে তেওঁৰ অঞ্চলৰ বহুতো বয়োজ্যেষ্ঠ লোকক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ শিকাইছে। সেই বয়োজ্যেষ্ঠ লোকসকলৰ স্মাৰ্ট ফোন আছে কিন্তু সেই ফোনৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোকক ক'বলৈ কোনো নাছিল। শ্রীমোদীয়ে আৰু কয়, আহমেদাবাদৰ ৰাজীৱ...

November 24, 2024 5:59 PM

views 28

ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে এইদৰে আহ্বান জনায়। তেওঁ অহা কেইটামান মাহত একলাখ এনে যুৱক-যুৱতীক ৰাজনাতিৰ সৈতে সংযুক্ত কৰাৰ বাবে ভাল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।