ৰাষ্ট্ৰীয়

November 26, 2024 12:05 PM

views 13

উচ্চতম ন্যায়ালয়ত সংবিধান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি উচ্চতম ন্যায়ালয়ত সংবিধান দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে আয়োজন কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা লোকসকলক উদ্দেশ্যি ভাষণ দিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ন্যায়পালিকাৰ ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনো মু...

November 26, 2024 12:04 PM

views 13

অটল অমৃত অভিযানৰ দ্বিতীয় সংস্কৰণৰ বাবে ২০২৮ চনৰ ৩১ মাৰ্চপর্যন্ত ২,৭৫০ কোটি টকা আবণ্টন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্রীয় কেবিনেটে অটল অমৃত অভিযানৰ দ্বিতীয় সংস্কৰণৰ বাবে ২০২৮ চনৰ ৩১ মাৰ্চ পর্যন্ত ২ হাজাৰ ৭৫০ কোটি টকাৰ বাজেট আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে। অটল অমৃত অভিযান ২.০ হৈছে চৰকাৰৰ বিকশিত ভাৰত সংকল্পৰ দিশে এক সবল খোজ আৰু সজীৱ উদ্ভাৱন আৰু উদ্যোগীকৰণ পৰিৱেশক সম্প্ৰসাৰণ, শক্তিশালীকৰণ আৰু গভীৰকৰণৰ লক্ষ্যৰে ...

November 26, 2024 12:03 PM

views 12

ৰে’ল মন্ত্ৰ্যালয়ৰ ৭,৯২৭ কোটি টকাৰ ৩টা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে প্রায় ৭ হাজাৰ ৯২৭ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ৰে'ল মন্ত্ৰ্যালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন দিছে। ইয়াত ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মনমাদ-জলগাঁও ৰে'লপথচোৱাৰ চতুৰ্থটো লাইন, ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভুছাৱল-খান্দৱা ৰে'লপথচোৱাৰ তৃতীয় আৰু চতুৰ্থটো লাইন তথা ৮৪ ক...

November 26, 2024 12:02 PM

views 10

আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অনুমোদন জনাইছে। এহেজাৰ ৪৩৫ কোটি টকা ব্যয় সাপেক্ষে পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণ ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্রীয় কেবিনেট বৈঠকৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ অধীনত...

November 26, 2024 12:00 PM

views 15

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস; নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে খ্যাত ড° ভার্গিজ কুৰিয়েনৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভাৰতীয় অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানসমূহত আলোকপাত কৰা হ'ব। আজিৰ অন...

November 26, 2024 11:58 AM

views 17

দিল্লীৰ শিক্ষানুষ্ঠানসমূহত আৰোপিত নিষেধাজ্ঞা শিথিলৰ বাবে বিবেচনা কৰিবলৈ বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে প্রদূষণৰ পৰিপ্ৰেক্ষিতত দিল্লী-এন চি আৰৰ বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত পোনপটীয়া পাঠদানৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ বাবে বিবেচনা কৰিবলৈ বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগক নির্দেশ দিছে। যোৱা সপ্তাহত তীব্র বায়ু প্ৰদূষণৰ বাবে শিক্ষানুষ্ঠানস...

November 26, 2024 11:57 AM

views 26

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাত ৰেইলৱায়াৰ ব্ৰডবেণ্ডত ‘ফ্রিডম প্লান’ আৰম্ভ

প্ৰসাৰ ভাৰতী, ৰেইলটেল, আৰু প্লেবক্সটিভিৰ সন্মিলিত প্রচেষ্টাৰে ৰেইলৱায়াৰ ব্ৰডবেণ্ডত 'ফ্রিডম প্লান' আৰম্ভ কৰা হৈছে। কালি নতুন দিল্লীত এটা অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু ৰেইলটেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় কুমাৰে এই পৰিকল্পনা উন্মোচন কৰে। এই উপলক্ষে ভাষণ দি দ্...

November 25, 2024 8:43 PM

views 24

ফ্ৰান্সৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি ভূমধ্যসাগৰীয় সংলাপ সন্মিলনৰ সুযোগতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত ফ্ৰান্স অংশীদাৰিত্বৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয়, ইউক্রেইন আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় লৈ আলোচনা কৰে। ড০ জয়শংকৰে লেবাননৰ বিদেশ মন্ত্ৰী আবদাল্লা বৌ হাবিব আৰু ক্ৰ'ৱ...

November 25, 2024 8:42 PM

views 27

ইটালীৰ ৰোমত ভূমধ্যসাগৰীয় আলোচনা সম্পৰ্কীয় সন্মিলনত ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কয়, যে ভাৰতে সন্ত্ৰাসবাদ আৰু জনসাধাৰণক পণবন্দী কৰাৰ দৰে ঘটনাক সমানেই নিন্দা কৰে। ইটালীৰ ৰোমত ভূমধ্যসাগৰীয় আলোচনা সম্পৰ্কীয় সন্মিলনত নিজৰ উদ্বোধনী ভাষণত ড০ জয়শংকৰে এই মন্তব্য কৰি কয়, যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিক...

November 25, 2024 8:29 PM

views 12

আই পি এলৰ খেলুৱৈ নিলামৰ আজি ভাৰতীয় বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰৰ সৰ্বাধিক দৰ লাভ

ছৌদি আৰৱৰ জেড্ডাত অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলামৰ আজি দ্বিতীয় তথা অন্তিম দিনা ভাৰতীয় বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰে সৰ্বাধিক দৰ লাভ কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ভূৱনেশ্বৰ কুমাৰক ১০ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে। ইয়াৰ পাছতে বেগী বলাৰ দীপক চাহাৰে দ্বিতীয় সৰ্বাধিক দৰ লাভ কৰিছে। মুম্বাই ইণ্ডিয়ানছ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।