ৰাষ্ট্ৰীয়

October 26, 2024 9:21 PM October 26, 2024 9:21 PM

views 22

দেওবাৰে গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ পেট্‌’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ পশ্চিমবংগৰ পেট্‌’প’ল স্থল বন্দৰত যাত্ৰীসকলৰ বাবে টার্মিনেল বিল্ডিং আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দক্ষিণ এছিয়াৰ স্থল বন্দৰ কৰ্তৃপক্ষক সকলো দেশৰ সৈতে সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক আগুৱাই...

October 26, 2024 9:19 PM October 26, 2024 9:19 PM

views 6

কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছ আৰু তেওঁৰ পত্নী বেগোনা গোমেজৰ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ

স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছে তেওঁৰ পত্নী বেগোনা গোমেজৰ সৈতে কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিব। এয়া হ'ব – ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম ভাৰত ভ্ৰমণ। উল্লেখযোগ্য যে ১৮ বছৰৰ পাছত স্পেইনৰ ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণে স্পেইন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰে...

October 26, 2024 9:16 PM October 26, 2024 9:16 PM

views 9

সোমবাৰে প্রধানমন্ত্ৰী মোদীৰ গুজৰাট ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুজৰাট ভ্ৰমণ কৰিব। তেওঁ এই ভ্রমণকালত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ'ছানছেছৰ সৈতে টাটা এডভান্সড চিষ্টেম লিমিটেড কেম্পাছত চি - ২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰ ক্রাফ্‌ট কমপ্লেক্স উদ্বোধন কৰিব। ই...

October 26, 2024 9:13 PM October 26, 2024 9:13 PM

views 14

জনজাতীয় লোকসকল হৈছে প্ৰাকৃতিক জীৱনশৈলীৰ দ্বাৰা সঞ্চিত একোটা জ্ঞানৰ ভঁৰালঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রোপদী মুৰ্মুৱে কৈছে যে জনজাতীয় লোকসকল হৈছে প্ৰাকৃতিক জীৱনশৈলীৰ দ্বাৰা সঞ্চিত একোটা জ্ঞানৰ ভঁৰাল। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি ভিলাইৰ সমাবর্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে জনজাতীয় লোকসকলৰ জীৱনশৈলীৰ পৰা শিক্ষা লৈ যিকোনো লোকে দেশৰ বহনক্ষম ...

October 26, 2024 9:02 PM October 26, 2024 9:02 PM

views 16

কাইলৈ আকাশবাণীৰ ১১৫ সংখ্যক খণ্ডৰ ‘মন কী বাত অনুষ্ঠান’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। আকাশবাণী–দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন ন...

October 26, 2024 1:38 PM October 26, 2024 1:38 PM

views 11

ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু জাৰ্মানীৰ চেঞ্চেলৰ অ’লাফ ছ’জে কয় যে, ইউক্রেইনত আন্তঃৰাষ্...

October 26, 2024 1:34 PM October 26, 2024 1:34 PM

views 3

ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আহ্বান

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়পালিকাকে ধৰি সকলো ক্ষেত্ৰতে মহিলাসকলক অধিক সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে, ইয়াৰ জৰিয়তে মহিলাসকলৰ অভিজ্ঞতাসমূহ প্ৰকাশ পাব আৰু সিদ্ধান্ত গ্ৰহণত যথেষ্ট সহায়ক হ'ব। মুখ্য ন্...

October 26, 2024 1:32 PM October 26, 2024 1:32 PM

views 13

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড । আকাশবাণী - দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শ...

October 26, 2024 1:30 PM October 26, 2024 1:30 PM

views 3

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ গুৱাহাটীত উপস্থিত হ’ব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত তেওঁৰ সন্মানার্থে আয়...

October 26, 2024 1:27 PM October 26, 2024 1:27 PM

views 11

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাত আজি নর্থ-ইষ্ট ইউনাইটেড এফ চি আৰু জামছেদপুৰ এফ চিৰ খেল

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত আজি নর্থ-ইষ্ট ইউনাইটেড এফ চি-জামছেদপুৰ এফ চিৰ মুখামুখি হ'ব। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন সন্ধিয়া ৫ বজাত আৰম্ভ হ'ব। ইপিনে কালি কোচ্ছিত অনুষ্ঠিত এখন খেলত বেংগালুৰু অফ চি দলে কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে ৩-১ গলৰ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।