ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয়

September 7, 2024 9:13 PM

চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰঃ মনসুখ মন্দাভিয়া

কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সক...

September 7, 2024 9:11 PM

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোন...

September 7, 2024 9:09 PM

দিল্লীত খাদ্য সামগ্রী বিতৰণ আৰু ক্রেতাসকলক স্থানীয় ৰেষ্টোৰাঁ আদিৰ সৈতে সংযুক্ত কৰা এক অনলাইন মঞ্চৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে আজি আজি নতুন দিল্লীত পৰিবহণ আৰু দক্ষতাৰ বিকা...

September 7, 2024 9:05 PM

বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশ্বাস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্...

September 7, 2024 6:22 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিল অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। এই বঁট...

September 7, 2024 12:55 PM

ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পৰ্কত বি এছ এফ আৰু বিজিবিৰ মাজত বৈঠক অনুষ্ঠিত

সীমান্ত সুৰক্ষা বাহিনী, বি এছ এফে বৰ্ডাৰ গার্ড বাংলাদেশ বিজিবিক ভাৰতীয় ভূখণ্ডত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰ...

September 7, 2024 12:47 PM

ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সকিয়নি

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে অফিচিয়েল ৱেবছাইটৰ ৰূপত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ ...

September 7, 2024 12:27 PM

ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি

ভাৰতৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৩০ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ২০০ কোটিৰো অধিক ডলাৰ বৃদ্ধি পাই ...

September 7, 2024 12:24 PM

হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৩১ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্ৰেছে হাৰিয়ানাৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৩১ গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্রকাশ কৰিছে ৷ সেই অনুসৰি দলৰ জ...

September 7, 2024 12:22 PM

দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ লগতে গোৰখপুৰৰ আৰু মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ জগদীপ ধনখড়ৰ

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ চিত্ৰকোট আৰু গোৰখপুৰৰ লগতে মধ্যপ্ৰদেশৰ চাটনা...

1 444 445 446 447 448 653