ৰাষ্ট্ৰীয়

May 7, 2025 9:15 PM

views 19

পাকিস্তানৰ পাঞ্জাব সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ ভাৰতীয় সেনা বাহিনীক সম্পূর্ণ সমর্থন আগবঢ়াই যোৱাৰ আশ্বাস

সিন্দূৰ অভিযানে প্ৰতিগৰাকী ভাৰতীয়কে সশস্ত্র বাহিনীসমূহৰ প্ৰতি কৃতজ্ঞ কৰি তোলাৰ লগতে সকলোকে গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰি পাকিস্তানৰ পাঞ্জাব সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলে চুবুৰীয়া দেশখনৰ পৰা ৰাজ্যখনৰ শান্তি ভংগ কৰিব খোজাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’লেও ভাৰতীয় সেনা বাহিনীক সম্পূর্ণ সমর্থন আগবঢ...

May 7, 2025 9:13 PM

views 12

জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু টাংধৰত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ, ১৫গৰাকী লোকৰ মৃত্যু

পাকিস্তানী সেনাচকীসমূহে কালি ৰাতিৰে পৰা জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু টাংধৰ এলেকাৰ অসামৰিক অঞ্চলসমূহলৈ লক্ষ্য কৰি গুলিবর্ষণ অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা সূত্ৰসমূহে জনোৱা অনুসৰি এই আক্ৰমণত ১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৪৩ গৰাকী আহত হৈছে।

May 7, 2025 9:12 PM

views 13

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ২২জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ২২ জন মাওবাদী নিহত হৈছে। আজি পুৱাৰ ভাগত বিজাপুৰ জিলাৰ কাৰগুট্টা পাহাৰত নিৰাপত্তাৰক্ষীয়ে মাওবাদীলৈ লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰিছিল। এই অভিযানত চি আৰ পি এফ, জিলা সংৰক্ষিত বাহিনী, বিশেষ টাক্স ফ’ৰ্চ, আৰক্ষীকে ধৰি আন একাংশ নিৰাপত্তাৰক্ষী জড়িত হৈ আছে। ...

May 7, 2025 8:34 PM

views 8

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ, সিন্দূৰ অভিযানৰ বিষয়ে অৱগত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু সিন্দূৰ অভিযানৰ বিষয়ে অৱগত কৰে। ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ কেইবাটাও সন্ত্রাসবাদী ঘাটিত সিন্দূৰ অভিযান চলোৱাৰ পাছতেই অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপর্য বহন কৰিছে ।

May 7, 2025 8:32 PM

views 14

পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯ স্থানত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’

সেনাবাহিনীয়ে যোৱা মাজনিশা ১ বাজি ৫ মিনিটৰ পৰা ডেৰ বজাৰ ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯টা স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। পাকিস্তানৰ বাহাৱালপুৰৰ মাৰ্কাছ ছুভান আল্লা, মাৰ্কাছ টাইবা মুৰিদকে, মেহমুনা জয়া আৰু শিয়ালকোটৰ সৰ্জল সন্ত্রাসবাদী শিবিৰ...

May 7, 2025 8:29 PM

views 11

সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিন্দূৰ অভিযান সফলতাৰে সম্পন্ন কৰাৰ বাবে সশস্ত্র বাহিনীসমূহক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ আজি নতুন দিল্লীত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে চলোৱা এই অভিযানৰ বিষয়ে মন্ত্রীসভাক অৱগত কৰে। বৈঠকত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলৰো শলাগ লয়। ইপিনে, চৰকাৰে অপাৰেচন সিন্দূৰ...

May 7, 2025 8:27 PM

views 14

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীৰ ইতিহাস ৰচনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীসমূহে ইতিহাস ৰচনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত আজি সীমান্ত পথ সংস্থাই ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৰূপায়ণ কৰা ৫০টা প্ৰকল্প উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয...

May 7, 2025 8:24 PM

views 11

সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

সিন্দূৰ অভিযানৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জম্মু-কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, গুজৰাট, ছিকিম, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ লগতে লাডাখ আৰু জম্মু-কাশ্মীৰৰ উপ...

May 7, 2025 1:42 PM

views 23

ভাৰতৰ সশস্ত্র সেনাৰ পাকিস্তানত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত উত্তৰ ভাৰতৰ ভালেমান বিমান বন্দৰৰ বন্ধ

ভাৰতৰ সশস্ত্র সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত বিমান আক্রমণ চলোৱাৰ পাছত উত্তৰ ভাৰতৰ ভালেমান বিমান বন্দৰৰ বন্ধ কৰি দিয়া হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত স্পাইচ জেটে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ধৰ্মশালা, লেহ, জম্মু, শ্ৰীনগৰ আৰু অমৃতসৰ বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে বুলি প্ৰ...

May 7, 2025 1:38 PM

views 56

ইটালীৰ মিলানত অনুষ্ঠিত এডিবি শীর্ষক সন্মিলত নির্মলা সীতাৰমণৰ অংশগ্ৰহণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি কয় যে ভাৰতে বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি সফলতাৰে সম্পন্ন কৰি আহিছে আৰু ইউৰোপীয় সংঘৰ সৈতে দেশৰ পৰম্পৰাগত সম্পৰ্কৰ বাবে ইউৰোপীয় সংঘ ভাৰতৰ অগ্ৰাধিকাৰৰ শীৰ্ষত আছে। ইটালীৰ মিলানত অনুষ্ঠিত এডিবি শীর্ষক সন্মিলন সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে বিশ্ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।