ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু টাংধৰত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ, ১৫গৰাকী লোকৰ মৃত্যু

পাকিস্তানী সেনাচকীসমূহে কালি ৰাতিৰে পৰা জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু টাংধৰ এলেকাৰ অসামৰিক অঞ্চলসমূহলৈ লক্ষ্য কৰি গুলিবর্ষণ অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা সূত্ৰসমূহে জনোৱা অনুসৰি এই আক্ৰমণত ১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৪৩ গৰাকী আহত হৈছে।

অধিক পঢ়ক

সকলো চাওক