May 10, 2025 7:46 PM
14
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা আক্ৰমণত ব্যাপক ক্ষতি
পাকিস্তানৰ প্ৰৰোচনামূলক ব্যৱস্থাৰ পাছত ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে ইছলামাবাদত আক্রমনাত্মক আৰু প্ৰতিৰক্ষা সামৰ্থৰ বিৰুদ্ধে চলোৱা আক্ৰমণত দেশখনৰ ব্যাপক ক্ষয় ক্ষতি হৈছে। নতুন দিল্লীত কিছুসময় পূর্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্থলসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে সশস্ত্র বাহিনীয়ে পাকিস্তানক...