ৰাষ্ট্ৰীয়

May 30, 2025 7:45 PM

views 19

গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয়, যে গোৱাৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্য, মনোৰম উপকূল সমূহৰ সৌন্দৰ্য, আকর্ষণীয় আতিথ্য আৰু আন বিভিন্ন বিষয়ৰ আকর্ষণে সমগ্র বিশ্বৰ জনসাধাৰণক ইয়া...

May 30, 2025 7:42 PM

views 28

ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ফ্ল’ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ ২০২৫ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দেশৰ পোন্ধৰ গৰাকী নাৰ্ছক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় ফ্ল'ৰেঞ্চ নাইটিংগেল পুৰস্কাৰ ২০২৫ প্ৰদান কৰে। নাছিং ক্ষেত্ৰখনলৈ তেওঁলোকে আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জে পি নাড্ডা, ৰাজ্য...

May 30, 2025 7:00 PM

views 17

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কেতিয়াও থমকি নৰয় : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কেতিয়াও থমকি নৰয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত আয়োজিত এটা অনুষ্ঠানত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে সীমান্তৰ সিপাৰৰ পৰাই হওক অথবা দেশৰ ভিতৰভাগতেই হওক, ভাৰত সন্মুখীন হোৱা যিকোনো ভাবুকিৰ বিৰুদ্ধে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ দেশখন দৃঢ় সংকল্পবদ্ধ। ...

May 30, 2025 11:49 AM

views 25

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। মেঘালয়ৰ মুখ্য সচিব ড’নাল্ড ফিলিপ্‌ছ ৱাহ লাঙে কালি কয়, যে এই বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৱৰ্তী অঞ্চলৰ ছটা এলেকা সন্দৰ্ভত এতিয়ালৈ সমাধান নোহোৱা বিষয়বোৰ বুজাবুজিৰ মাজ...

May 30, 2025 11:45 AM

views 18

ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ছিকিমৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভার্চুৱেলি অংশ লৈ কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিকিমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি ছিকিমক বিশ্ব...

May 30, 2025 11:33 AM

views 10

ৰাজ্যত ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত সমগ্ৰ দেশজুৰি আজি আৰম্ভ হোৱা এই অভিযানত অসমৰ ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাটঘৰীয়া গাঁও পঞ্চায়তত ৪০০ৰো অধিক কৃষকৰ...

May 30, 2025 10:20 AM

views 10

প্ৰধানমন্ত্ৰী মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কাণপুৰত ২০,৯০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি উত্তৰ প্ৰদেশৰ কাণপুৰত ২০ হাজাৰ ৯০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰিব। শ্রীমোদীয়ে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্ৰীয়...

May 30, 2025 10:18 AM

views 16

ভাৰত-নিউজিলেণ্ডৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্বন্ধ ক্ৰমাৎ শক্তিশালী হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্বন্ধ ক্ৰমাৎ শক্তিশালী হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী উইনষ্টন পিটাৰ্ছৰ সৈতে হোৱা বৈঠকত ড° জয়শংকৰে এই কথা প্ৰকাশ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ ল...

May 30, 2025 10:17 AM

views 10

জম্মু-কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে জম্মুত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জম্মু আৰু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে যোৱানিশা জম্মুত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। শ্রীশ্বাহে লগতে অহা ৩ জুলাইত আৰম্ভ হ'বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ সুৰক্ষা আৰু অন্যান্য ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। উপ-ৰাজ্যপাল মনোজ সিনহা, সেনাপ্রধান জেনেৰে...

May 30, 2025 10:16 AM

views 10

ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত কৃষকসকলক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ অভিযোগ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কংগ্ৰেছে ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত কৃষকসকলক বিপথে পৰিচালিত কৰা বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ কৰিছে। বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছৰ শাসনকালত সকলো শস্যৰ ন্যূনতম সমর্থন মূল্য উৎপাদন ব্যয়ৰ তুলনাত সামান্য অধিক আছিল কিন্তু বিজেপি চৰকাৰে সমৰ্থন মূল্য যথেষ্ট বৃদ্ধি কৰিছে বুলি দাবী ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।