ৰাষ্ট্ৰীয়

May 31, 2025 1:22 PM

views 15

ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ৮১,৭৩৫ কোটি টকাৰ অতিৰিক্ত কিস্তিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ৮১ হাজাৰ ৭৩৫ কোটি টকাৰ অতিৰিক্ত কিস্তিত অনুমোদন জনাইছে। ২ জুনত এই পুঁজি মোকলাই দিয়া হ'ব। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, হস্তান্তৰৰ এই অতিৰিক্ত কিস্তিৰ জৰিয়তে ৰাজ্যসমূহে নিজৰ মূলধনী ব্যয় বৃদ্ধি কৰিব পাৰিব আৰু বিকাশ তথা কল্যাণমূলক কা...

May 31, 2025 1:18 PM

views 11

আজি বিশ্ব ধঁপাতবিৰোধী দিৱস

ধঁপাত সেৱনৰ ফলত হ'ব পৰা বিপদৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হৈছে৷ ধঁপাতৰ সেৱন বন্ধ কৰাৰ বাবে এয়া বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিশ্বব্যাপী পদক্ষেপ। WHOৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ১৩ বিলিয়ন লোকে ধঁপাত সেৱন কৰে আৰু ভাৰত ধঁপাতৰ দ্বিতীয় বৃহত্তম উ...

May 31, 2025 1:17 PM

views 14

দেশত যোৱা ২৩ মে’ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৯,২৭০ কোটি ডলাৰ

দেশত যোৱা ২৩ মে'ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৯০ কোটি ডলাৰ বৃদ্ধি পাই ৬৯ হাজাৰ ২৭০ কোটি ডলাৰ হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সাপ্তাহিক পাৰিসাংখ্যিক তথ্য অনুসৰি যোৱা সপ্তাহত বিদেশী মুদ্রা সম্পত্তি ৪৫০ কোটি ডলাৰ বৃদ্ধি পাই ৫৮ হাজাৰ ৬১০ কোটি ডলাৰ হয়গৈ ৷ একেদৰে ...

May 31, 2025 1:15 PM

views 10

ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্রতিবেদন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক প্ৰদান

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগে ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক প্রতিবেদন প্ৰদান কৰিছে৷ আয়োগৰ অধ্যক্ষ হন্সৰাজ গংগাৰাম আৰু পিছপৰা শ্ৰেণী ৰাষ্ট্ৰীয় আয়োগৰ সদস্য ভুৱন ভূষণ কমলে ৰাষ্ট্ৰপতি মুৰ্মুক কালি এই প্রতিবেদন প্রদান কৰে ।

May 31, 2025 1:14 PM

views 14

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘সাহিত্যৰ কিমান পৰিৱৰ্তন হৈছে?’ শীর্ষক সন্মিলন

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত সাহিত্য অকাডেমীৰ উদ্যোগত "সাহিত্যৰ কিমান পৰিৱৰ্তন হৈছে? - শীর্ষক এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰা হয়। এই সন্মিলনত নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন আৰু ভাৰতীয় সাহিত্যৰ নতুন দিশ সম্পৰ্কে আলোচনা কৰা হয়। বক্তাসকলে সাহিত্যত মহিলাৰ অৱদান, সমাজ গঢ় দি...

May 31, 2025 1:11 PM

views 19

পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰ্ছৰ গৰিহণা

নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছে শেহতীয়াকৈ পহালগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা জনাইছে আৰু নিউজিলেণ্ড, ভাৰতৰ জনসাধাৰণৰ সৈতে আছে বুলি মত প্ৰকাশ কৰিছে। ভাৰত ভ্ৰমণৰত পিটাৰ্ছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ...

May 31, 2025 1:09 PM

views 23

চতুৰ্থ থাইলেণ্ড অপেন ইণ্টাৰনেচনেল বক্সিং প্রতিযোগিতাৰ ফাইনেলত ভাৰত কিৰণ-দীপক

ভাৰতৰ কিৰণ আৰু দীপকে চতুৰ্থ থাইলেণ্ড অপেন ইণ্টাৰনেচনেল বক্সিং প্রতিযোগিতাৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি মহিলাৰ ৮০ কিলোগ্ৰামৰ অধিক শাখাৰ ছেমি ফাইনেলক ইউক্রেইনৰ পোলিনা চেৰনেনক ৫-০ ফলাফলত পৰাভূত কৰে। একেদৰে দীপকে পুৰুষৰ ৭৫ কিলোগ্রাম ওজন শাখাত থাইলেণ্ডৰ পীৰাপট য়েচুক ৫-০ ফলাফলত পৰাস্ত ...

May 31, 2025 12:17 PM

views 15

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

মুম্বাই ইণ্ডিয়ানছে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ২০ অভাৰত ৬টা উইকেটৰ ...

May 30, 2025 8:48 PM

views 20

ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানত বিশেষ সাফল্য লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰিছে। নতুন দিল্লীত আয়োজিত ইণ্ডিয়া এ আই মিছন মেক ইন ইণ্ডিয়া আৰু মেক এ আই ফৰ ইণ্ডিয়া শীৰ্ষক কার্যসূচীত ভাষণ দি শ্রীবৈষ্ণৱে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মো...

May 30, 2025 8:43 PM

views 16

পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাসিন্দালৈ কেন্দ্ৰৰ বিশেষ পেকেজ ঘোষণা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি অলপতে পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত হোৱা নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ বাসিন্দাসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে বৰ্তমানৰ ৯০ হাজাৰ বাংকাৰৰ উপৰি সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।