ৰাষ্ট্ৰীয়

June 6, 2025 12:31 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ ১১ বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ

কেন্দ্ৰত শাসনাধিস্থিতিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় ...

June 4, 2025 8:29 PM

views 16

বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেঁচা-ঠেলাত ছজন লোকৰ প্ৰাণহানি

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথম আই পি এল খিতাপ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেচা খেলাৰ ঘটনাত পদপৃষ্ঠ হৈ কমেও ছজন লোকে প্ৰাণ হেৰুৱাইছে। বিভিন্ন প্ৰৱেশদ্বাৰেৰে হাজাৰ হাজাৰ অনুৰাগীয়ে ততাতৈয়াকৈ ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়ত এই হেচা থেলাৰ ঘটনা সংঘটিত হয...

June 4, 2025 8:26 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰীৰ ৰিচাৰ্ড মাৰ্লেছৰে মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছ আজি ভাৰত অস্ট্রেলিয়া সর্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মত বিনিময় কৰে। অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত শ্রীমোদীক সাক্ষাৎ কৰি সীমান্ত অঞ্চলত সন্ত্ৰাসবাদৰ বিৰু...

June 4, 2025 8:22 PM

views 26

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ, ন্যায়পালিকাৰ দূৰ্নীতিৰ সৈতে জড়িত বিষয় : কিৰেণ ৰিজিজু

চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। কেইমাহমান পূর্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা...

June 4, 2025 8:18 PM

views 24

সংসদৰ বৰ্ষাকালীন অধিবেশন ২১ জুলাইত আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিবেশন ২১ জুলাইত আৰম্ভ হ'ব আৰু ১২ আগষ্টত এই অধিবেশনৰ সামৰণি পৰিব। নতুন দিল্লীত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইকথা প্ৰকাশ কৰে। পেহেলগামৰ বৰ্বৰ সন্ত্রাসবাদী আক্ৰমণত ২৫ গৰাকী ভাৰতীয় এগৰাকী নেপালী নাগৰিকৰ মৃত্যুৰ প্ৰত্যাক্ৰমন স্বৰূপে আৰম্ভ কৰা অপাছেন সিন্দূৰৰ পাছত এয়া ...

June 4, 2025 11:48 AM

views 14

ছিকিমৰ লাচেন আৰু চাতেনত ভূমিস্খলন, উদ্ধাৰ অভিযান পুনৰ আৰম্ভ

ছিকিমৰ লাচেন আৰু চাতেনত আজি পুৱাৰে পৰা উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হৈছে। কালি বায়ুসেনা বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে ৰাজ্যখনৰ মাংগন জিলাত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত আৱদ্ধ হৈ পৰা ৩৪জন লোকক উদ্ধাৰ কৰে। সেনাবাহিনীয়ে লাচেন আৰু চাতেনৰ মাজত এটা পথ নিৰ্মাণ কৰি চাতেন হেলিপেডৰ পৰা উদ...

June 4, 2025 11:46 AM

views 19

ৰাহুল গান্ধীয়ে অপাৰেচন সিন্দূৰ, সেনাবাহিনী তথা দেশক অপমান কৰিছেঃ সাংসদ সম্বিত পাত্ৰ

বিজেপিয়ে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীক অপাৰেচন সিন্দূৰৰ অৱমূল্যায়ন কৰা বুলি অভিযোগ কৰি ইয়াৰ সমালোচনা কৰিছে। বিজেপিৰ সাংসদ সম্বিত পাত্ৰই এই অভিযোগ কৰি কয়, যে ৰাহুল গান্ধীয়ে অপাৰেচন সিন্দূৰ, সেনাবাহিনী তথা দেশক অপমান কৰিছে। কালি ভূপালত এটা অনুষ্ঠানৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীৰ মন্তব্যক লৈ...

June 4, 2025 11:45 AM

views 13

‘জল সঞ্চয় জন ভাগিদাৰী’ অভিযানৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পাৰ্বত্য জিলা শাখাত জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ দ্বিতীয় স্থান লাভ

কেন্দ্ৰীয় চৰকাৰৰ বৰষুণৰ পানী ধৰা কাৰ্যসূচীৰ অধীনত আৰম্ভ কৰা জল সঞ্চয় জন ভাগিদাৰী অভিযানৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পাৰ্বত্য জিলা শাখাত জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাই দ্বিতীয় স্থান লাভ কৰিছে। বৰষুণৰ পানী ধৰা কাৰ্যসূচীৰ অধীনত আদৰ্শ জিলা তথা সমুদায় ভিত্তিত জল সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ জিলাসমূহৰ ভিতৰত ...

June 4, 2025 11:43 AM

views 11

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি জটিল, যাতায়াত ব্যৱস্থা ব্যাহত

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসমত সাম্প্রতিক বানত ২১খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ১৫৭টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ...

June 4, 2025 11:41 AM

views 6

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ জম্মু-কাশ্মীৰত চেনাব ৰে’ল দলং উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ সিঙে কয়, যে বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ লগতে কয়, যে উধমপুৰ- শ্ৰীনগৰ-বাৰামুল্লা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।