ৰাষ্ট্ৰীয়

June 9, 2025 6:51 PM

views 24

দেশখনে বিগত ১১ বছৰত বিভিন্ন খণ্ডত দ্ৰুত পৰিৱৰ্তনৰ সাক্ষী হৈছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদ আৰু সামূহিক অংশগ্ৰহণৰ দ্বাৰা চালিত দেশখনে বিগত ১১ বছৰত বিভিন্ন খণ্ডত দ্ৰুত পৰিৱৰ্তনৰ সাক্ষী হৈছে। ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ কয় যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াসৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ এন ডি এ চৰকাৰে গতি, প...

June 9, 2025 6:46 PM

views 19

প্রধানমন্ত্রী নেতৃত্বাধীন চৰকাৰৰ একাদশ বর্ষপুর্তি উপলক্ষে মাই গভত বিভিন্ন প্রতিযোগিতাৰ আয়োজন

কেন্দ্ৰত প্রধানমন্ত্রী নেতৃত্বাধীন চৰকাৰৰ একাদশ বর্ষপুর্তি উপলক্ষে ভাৰত চৰকাৰৰ নাগৰিক সংযোগ মঞ্চ মাই গভত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। বিগত দশকত ভাৰতে এক উল্লেখযোগ্য বৃদ্ধি আৰু পৰিৱৰ্তন সাক্ষী হৈ আহিছে। উন্নত পথ আৰু শক্তিশালী স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি উন্নীতকৃত ৰাজহুৱা সুবিধা উন্...

June 9, 2025 1:21 PM

views 11

ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ আমেৰিকা ভ্ৰমণ সমাপ্ত

আমেৰিকালৈ যোৱা ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ অন্তিমটো দলে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু উপ-বিদেশমন্ত্ৰী ক্রিষ্ট'ফাৰ লেণ্ডোক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ যাত্ৰাৰ সামৰণি মাৰিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সংকল্পবদ্ধতাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্য...

June 9, 2025 1:32 PM

views 8

প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ ২৮জন লোকৰ লগতে ২০গৰাকী সেনা জোৱানক উদ্ধাৰ

প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰ ছিকিমৰ ছাতেনত আবদ্ধ হৈ থকা ২৮ জন লোকৰ লগতে ২০ গৰাকী সেনা জোৱানক কালি হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। কালি চলোৱা দুটা উদ্ধাৰ অভিযানত প্ৰথমতে শিশু, পর্যটন টেক্সি ড্রাইভাৰ, চৰকাৰী বিষয়াকে ধৰি ২৮জন লোকক প্ৰথমটো খেপত উদ্ধাৰ কৰাৰ পাছত দ্বিতীয়বাৰত সেনা জোৱান ২০গৰাকীক উদ...

June 9, 2025 1:17 PM

views 10

আকাশবাণী বাতৰি সেৱা বিভাগত চৰকাৰৰ ১১ বছৰীয়া প্ৰচেষ্টাৰ প্ৰতিবেদনত আজি উত্তৰ-পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যানৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিগত এটা দশকত দেশৰ আমূল পৰিৱৰ্তন সাধন হৈছে। আকাশবাণী বাতৰি সেৱা বিভাগে চৰকাৰে বিভিন্ন খণ্ডত যোৱা এঘাৰটা বছৰত চলোৱা প্ৰচেষ্টা সন্দৰ্ভত বিশেষ প্রতিবেদন প্ৰচাৰৰ দিহা কৰিছে। এনে প্ৰচেষ্টাৰ অংশ হিচাপে আজি উত্তৰ- পূব ভাৰতৰ বিকাশৰ যাত্ৰা সন্দৰ্ভত আলোকপা...

June 9, 2025 1:11 PM

views 12

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ বিশেষ আয়েংগাৰ যোগ কৰ্মশালা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানে (এ আই আই এ) তিনিদিনীয়াকৈ বিশেষ আয়েংগাৰ যোগ কৰ্মশালাৰ আয়োজন কৰিছে। আজিৰে পৰা অহা বুধবাৰলৈকে প্রতিদিনে দিনৰ ২ বজাৰ পৰা ৩ বজালৈ এই কর্মশালা অনুষ্ঠিত হ'ব। লাইফ যোগা চেণ্টাৰৰ প্ৰসিদ্ধ আয়েংগাৰ যোগ শিক্ষক অমিত শৰ্মাৰ নেতৃত্বত আয়েংগাৰ ...

June 9, 2025 1:07 PM

views 9

নাছাৰ কেনেডি মহাকাশ ষ্টেচনৰ পৰা AXIOM-4 মিছন কাইলৈ উৎক্ষেপণ কৰা হ’ব

নাছাৰ কেনেডি মহাকাশ ষ্টেচনৰ পৰা AXIOM-4 মিছন ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৫ বাজি ৫২ মিনিটত উৎক্ষেপণ কৰা হ'ব। এই অভিযানত ১৪ দিনৰ বাবে ভাৰত-আমেৰিকা পোলেণ্ড আৰু হাংগেৰীৰ ৪জন মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ল'-আর্থ অৰবিটলৈ প্ৰেৰণ কৰা হ'ব। ১৯৮৪ চনত ৰাকেশ শৰ্মাই মহাকাশ যাত্ৰা কৰাৰ পাছত ভাৰতৰ...

June 9, 2025 12:57 PM

views 15

টাইৱান এথেলেটিকছ অপেন চেম্পিয়নশ্বিপত ভাৰতৰ ৬টা সোণসহ মুঠ ১০টা পদক জয়

টাইপেইত অনুষ্ঠিত টাইৱান এথেলেটিকছ অপেন চেম্পিয়নশ্বিপৰ দ্বিতীয় তথা অন্তিম দিনা কালি ভাৰতীয় খেলুৱৈসকলে ছটা সোণ, তিনিটা ৰূপসহ মুঠ ১০টা পদক জয় কৰে। মহিলাৰ ৪০০ মিটাৰ হার্ডলছত তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন বিথ্যা ৰামাৰাজে, জেভলিনত ৰোহিত যাদৱে, মহিলা আৰু পুৰুষৰ ৮০০ মিটাৰত ক্ৰমে পূজা আৰু কৃষ্ণন কুমাৰ আৰ...

June 9, 2025 12:24 PM

views 10

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে ৫খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট-মোবাইল সেৱা বন্ধ

মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ পাঁচখন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰাৰ উপৰি অনিৰ্দিষ্টকালৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজ্যখনত মেইতেই সংগঠন অৰম্বাই টেংগলৰ সদস্য কানন সিঙকে ধৰি পাঁচজন নেতাক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সম্প্রদায়টোৰ লোকসকলে কৰা প্ৰ...

June 9, 2025 12:09 PM

views 14

বিশ্বৰ ১ নম্বৰ স্থানৰ টেনিছ খেলুৱৈ ইটালীৰ জানিক চিনাৰক পৰাস্ত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ

টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক ৫ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুটা ছেট পিছপৰি তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা বৰ্তমানৰ চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু গ্ৰেণ্ড শ্লেমৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ফাইনেল খেলখন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।