আন্তৰ্জাতিক সংবাদ

August 9, 2024 11:58 AM

views 16

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নোবেল ব’টাপ্রাপক মহম্মদ ইউনুছৰ শপতগ্ৰহণ

নোবেল ব'টাপ্রাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপতগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে যোৱানিশা ঢাকাৰ বংগ ভৱনত তেওঁক শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে। ১৯৪০ চনৰ ২৮ জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্...

August 8, 2024 6:36 PM

views 25

বাংলাদেশত আজি মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনৰ শপতগ্ৰহণ

বাংলাদেশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপ...

August 8, 2024 1:16 PM

views 34

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব

বাংলাদশত নবেল বঁটা প্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদ মেলত দেশখনৰ সেনাপ্রধান ৱাকাৰ-উজ-জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি-চাৰি দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্রকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰ...

August 7, 2024 12:43 PM

views 21

মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে নবেল বঁটা প্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰব্বী আৰু বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ ১৩জনীয়া প্ৰতিনিধিবর্গৰ সৈতে হোৱা ৰাষ্ট্ৰপতি চাহাবুদ্দিনৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ ক...

August 6, 2024 8:10 PM

views 25

লণ্ডনৰ ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান

লণ্ডনত থকা ভাৰতীয় উচ্চায়োগে ব্ৰিটেইনৰ অশান্ত পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক দেশখনৰ ভ্ৰমণৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই পৰামৰ্শ জাৰি কৰিছে। পৰামৰ্শৱলীত ভাৰতৰ পৰা যোৱা পর্যটকসকলক স্থানীয় সুৰক্ষা সংস্থাসমূহে জাৰি কৰা পৰামৰ্শ আৰু স্থানীয় বাতৰি অনুসৰণ কৰিবলৈ কোৱা হৈছে। তেওঁলোকক লগতে প্রতিবা...

August 6, 2024 1:38 PM

views 31

ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঢাকালৈ অহা-যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে, তেওঁলোকে শেহতীয়া পৰিস্থিতিত অহৰ্নিশে নিৰীক্ষণ কৰি আছে আৰু আগতিয়াকৈ টিকট কৰি থোৱা যাত্ৰীসকলৰ টিকটৰ মূল্য ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে। যাত্ৰী...

August 6, 2024 12:53 PM

views 21

বাংলাদেশত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব বুলি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ ঘোষণা

মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে বিশেষ সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত উদ্ভৱ হোৱা হিংসাত্মক বিক্ষোভৰ পাছত সংসদ ভংগ হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত তৎকালীনভাৱে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে কালি সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰববীসকলৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু না...

August 5, 2024 12:15 PM

views 66

ভাৰতীয় নাগৰিকসকলক বাংলাদেশলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামর্শ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশত চলি থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশখনলৈ যাত্ৰা নকৰিবলৈ কঠোৰ পৰামর্শ দিছে। মন্ত্রালয়ে বৰ্তমান বাংলাদেশত থকা সকলো ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। লগতে জৰুৰীকালীন ফোন নম্বৰৰ জৰিয়তে ঢাকা...

August 4, 2024 7:52 PM

views 29

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাচিনাৰ আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ নাকচ

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাচিনাই আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলে নাকচ কৰাৰ লগতে প্রধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। নাহেদ ইছলাম, চাৰ্গিছ আলম, তথা আন্দোলনৰ আন মুখ্য সমন্বয়কাৰীসকলে কালি বিয়লি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত এই কথা ঘোষণা কৰে। তেওঁলোকে লগতে ...

August 4, 2024 7:47 PM

views 28

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ দেশখনৰ নিৰাপত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতিৰ সৈতে গনভৱনত বৈঠক

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই দেশজুৰি প্ৰতিবাদকাৰীয়ে চলাই থকা অসহযোগ আন্দোলনৰ মাজতে আজি দেশখনৰ নিৰাপত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতিৰ সৈতে গনভৱনত এখন বৈঠকত মিলিত হয়। বৈঠকত দেশখনৰ মন্ত্ৰী, ৰাজ্যিকমন্ত্রী, প্রধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা, সচিব, সেনা, নৌ বাহিনী, বায়ুসেনা, সীমান্ত সুৰক্ষা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।