আন্তৰ্জাতিক সংবাদ

August 17, 2024 6:06 PM

views 35

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাৰ শপতগ্ৰহণ

বাংলাদেশত কালি অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাই শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ঢাকাৰ বংগ ভৱনৰ দৰবাৰ হলত তেওঁলোকক শপতবাক্য পাঠ কৰোৱায়। অন্তৱৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনিছৰ লগতে অন্যান্য উপদেষ্টাৰ উপস্থিতিত নতুন উপদেষ্টাসকলে শপতগ্রহণ কৰে ৷ এই উপলক্ষে তিনি...

August 17, 2024 11:02 AM

views 41

গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত ডোহাত অনুষ্ঠিত শেহতীয়া আলোচনাত অগ্ৰগতি অবিহনে সামৰণি

গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত ডোহাত অনুষ্ঠিত শেহতীয়া আলোচনা কোনো অগ্রগতি নোহোৱাকৈ অন্ত পৰিছে। কাটাৰ, আমেৰিকা আৰু ইজিপ্তে যৌথ বিবৃতিযোগে কৈছে যে ৱাশ্বিংটনে যোৱা সপ্তাহত চুক্তিৰ ওপৰত আধাৰিত নতুন প্ৰস্তাৱ দাখিল কৰিছে। যৌথ বিবৃতিটোত কোৱা হৈছে যে ডোহাত যুদ্ধবিৰতি সম্পৰ্কীয় আলোচনা গুৰুতৰ আৰু গঠনমূলক আছিল। ল...

August 13, 2024 3:20 PM

views 45

দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধ...

August 11, 2024 8:06 PM

views 30

মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্রধান মিত্ৰদেশ হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মন্তব্য

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু মালদ্বীপৰ মাজৰ সহযোগিতাই পৰম্পৰাগত ভূমিকা অতিক্ৰমি আগুৱাইছে। তেওঁ মালদ্বীপক ভাৰত মহাসাগৰ অঞ্চলৰ অন্যতম প্রধান মিত্ৰদেশ হিচাপে অভিহিত কৰে। মালদ্বীপত অদ্দু ৰেক্লেমেশ্বন প্রকল্প আৰু অদ্দু শ্বৰ প্ৰটেকশ্বন প্রকল্প মুকলি কৰি ড০ জয়শংকৰে কয় যে, দুয়...

August 11, 2024 7:27 PM

views 28

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছৰ গৰিহণা

শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে গৰিহণা দিয়ে । এনেধৰণৰ ঘটনাক জঘন্য বুলি অভিহিত কৰি নবেল বঁটা বিজয়ী ইউনুছে প্রতিবাদত জড়িত থকা ছাত্ৰসকলক দেশখনত বাস কৰা হিন্দু, খ্রীষ্টান আৰু বৌদ্ধ পৰিয়...

August 11, 2024 11:48 AM

views 26

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানৰ পদত্যাগ

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰিছে। মুখ্য ন্যায়াধীশগৰাকীয়ে ন্যায়পালিকাৰ সংস্কাৰৰ দাবীত প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিপ্ৰেক্ষিতত পদত্যাগ কৰিছে। বাংলাদেশৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা উপদেষ্টা প্ৰফেচাৰ আছিফ নজৰুলে সামাজিক মাধ্যম যোগে আইন মন্ত্ৰ্যালয়ে মুখ্য ন্য...

August 11, 2024 11:42 AM

views 30

বাংলাদেশৰ ৰাজধানী ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ প্ৰতিবাদ অব্যাহত

বাংলাদেশৰ ৰাজধানী ঢাকা আৰু চট্টগ্ৰামত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে কালি দ্বিতীয় দিনৰ বাবেও প্ৰতিবাদ অব্যাহত ৰাখে। এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ঢাকাৰ শ্বাহবাগত ৩ ঘণ্টাৰো অধিক সময়ৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থাকে। প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ঘৰ, ব্যৱসায় আৰু মন্দিৰসমূহত দেশজু...

August 10, 2024 7:23 PM

views 36

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰে ড০ জয়শংকৰৰ সাক্ষাৎকাৰ

বিদেশ মন্ত্রী এছ জয়শংকৰে কৈছে যে, মালদ্বীপ তথা অঞ্চলটোৰ জনসাধাৰণৰ উপকাৰৰ অর্থে দেশখনৰ সৈতে সম্পৰ্ক গভীৰ কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ। তিনি দিনীয়া ভ্রমণসূচীৰে মালদ্বীপলৈ যোৱা ড০ জয়শংকৰে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। ড০ জয়...

August 10, 2024 7:19 PM

views 30

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানৰ পদত্যাগৰ সিদ্ধান্ত

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কেতবোৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা পাছত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ অৰ্পণ কৰিব। উচ্চতম ন্যায়ালয়ৰ চৌদহত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰত শ্ৰী হাছানে এই কথা প্ৰকাশ কৰে। প্ৰতিবাদত শিক্ষাৰ্থ...

August 10, 2024 1:30 PM

views 30

ব্রাজিলৰ চাও পাওলোত হোৱা বিমান দুর্ঘটনাত ৬১গৰাকী লোকৰ মৃত্যু

ব্রাজিলৰ চাও পাওলোতে কালি নিশা এখন যাত্রীবাহী বিমান দুর্ঘটনাগ্ৰস্ত হোৱাৰ ফলত যাত্রীসহ ৬১গৰাকী লোকৰ মৃত্যু হয়। বিষয়াসকলে জনোৱা মতে, দূৰ্ঘটনাৰ ফলত স্থানীয় কনড’মিনিয়াম কমপ্লেক্সৰ এটা আৱাস ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে কোনো বাসিন্দা হতাহত হোৱা নাই। ব্রাজিলৰ আঞ্চলিক বিমান সংস্থাৰ তথ্য অনুসৰি বিমানখনত ৫৭ জ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।