আন্তৰ্জাতিক সংবাদ

August 4, 2024 6:15 PM

views 30

ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি লেবাননৰ পৰা হিজবুল্লাৰ কেইবাটাও ৰকেট নিক্ষেপ

লেবাননৰ পৰা সন্ত্ৰাসবাদী কাম-কাজ চলাই থকা হিজবুল্লাই যোৱা নিশা ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি কেইবাটাও ৰকেট নিক্ষেপ কৰে। ইৰাণৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোটটোৱে কৈছে যে, পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই আক্ৰমণ কৰা হৈছে। লেবাননৰ কেফৰ কেলা আৰু ডীৰ চিৰিয়ানে চ...

August 4, 2024 11:09 AM

views 24

বিদেশী পোর্টফলিঅ’ বিনিয়োগকাৰীৰ জুলাই মাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ

বিদেশী পোর্টফলিঅ' বিনিয়োগকাৰীসকলে যোৱামাহত ভাৰতীয় শ্বেয়াৰ বজাৰত ৫৪,৭৮২ কোটি টকা বিনিয়োগ কৰিছে। নেচনেল চিকিউৰিটীছ ডিপোজিট'ৰী লিমিটেড এন এছ ডি এলৰ তথ্য অনুসৰি বিদেশী পোর্টফলিঅ' বিনিয়োগকাৰীসকলে এই সময়চোৱাত ইকুইটি বজাৰত ৩২,৩৬৪ কোটি টকা আৰু ঋণ বজাৰত ২২ ,৩৬৩ কোটি টকা বিনিয়োগ কৰিছে। ভাৰতীয় অর্থ ব্য...

August 4, 2024 11:07 AM

views 27

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাইলৈৰ পৰা ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। এয়া হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম'ৰলেষ্ট ভ্ৰমণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰ...

August 3, 2024 6:48 PM

views 25

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা অসহযোগ আন্দোলন

বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক ম...

July 27, 2024 9:09 PM

views 31

ভিয়েটনামত চতুর্দশ পূব এছীয় সন্মিলনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰতে এক্ট ইষ্ট পলিচিৰ জৰিয়তে আছিয়ানৰ ঐক্য আৰু কেন্দ্ৰীয়তা বৰ্তাই ৰাখিব। আজি ভিয়েটনামত অনুষ্ঠিত চতুর্দশ পূব এছীয় সন্মিলনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ভাষণ দি তেওঁ কয় যে, নৱম পূব এছিয়া শীৰ্ষ সন্মিলনত ঘোষণা কৰা এক্ট ইষ্ট পলিচিয়ে এটা দশক সম্পূর্ণ কৰ...

July 25, 2024 10:56 AM

views 3

ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণ। দিল্লীত কালি ব্ৰিটেইনৰ বিদেশ সচিব ডেভিদ লেমীৰ সৈতে হোৱা বৈঠকত ড০ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উভয় দেশৰ শক্তিশালী স্থিতিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰিটেইনে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত গোলকীয...

July 25, 2024 10:51 AM

views 1

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে উভয় দেশৰ সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ অগ্ৰাধিকাৰসমূহৰ শলাগ লয়। তেওঁ কয় যে ভাৰত এই বন্ধুত্বপূৰ্ণ সম্পৰ...

July 24, 2024 10:15 AM

views 22

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ দুটা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি পাইছে। ঘটনাৰ পাছৰে পৰা ভালেমান লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰে নিশা দক্ষিণ ইথিওপিয়াৰ গেজে গোফা জিলাত হোৱা ভূমিস্খলনৰ বাবে ভালেসংখ্যক লোক...

July 23, 2024 10:32 AM

views 26

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত ১৪ জন লোকৰ মৃত্যু

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষই কালি সন্ধিয়া প্ৰকাশ কৰা অনুসৰি এইপর্যন্ত ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ২৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। য...

July 23, 2024 10:29 AM

views 21

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰোধী দলসমূহক দোষাৰোপ

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই শেহতীয়াকৈ চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত দেশজুৰি হোৱা প্ৰতিবাদ তথা ভয়াৱহ হিংসাৰ বাবে বিৰোধী দলসমূহক দোষাৰোপ কৰিছে। দেশখনৰ ৰাজধানী ঢাকাত ব্যৱসায় খণ্ডৰ নেতাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি উন্নত হ'লেই সান্ধ্য আইন উঠাই লো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।