আন্তৰ্জাতিক সংবাদ

December 4, 2024 12:07 PM

views 18

নামিবিয়াত নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত

দক্ষিণ-পশ্চিম আফ্ৰিকাৰ দেশ নামিবিয়াত শাসনাধিস্থিত ছাউথ-ৱেষ্ট আফ্রিকা পিপলছ অর্গেনাইজেছন চমুকৈ স্বাপো দলৰ নেতা নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছে। নামিবিয়াৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতিৰূপে নির্বাচিত ৭২ বছৰীয়া দিয়াতা হৈছে প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। সদ্যসমাপ্ত ৰাষ্ট্ৰপতি ...

December 3, 2024 5:03 PM

views 15

গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলত হিংসাত্মক পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

দক্ষিণ-পূব গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে গায়েনাৰ ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে, এই মর্মান্তিক ঘটনাত ক্...

November 30, 2024 8:44 PM

views 16

চুডানৰ গেজিৰাত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ আক্ৰমণত কমেও ১২ জন লোক নিহত

চুডানৰ গেজিৰাত কালি ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ আক্ৰমণত কমেও ১২ জন লোক নিহত হয়। ৰেপিড ছাপৰ্ট ফ’ৰ্চে পশ্চিম গেজিৰাৰ অল-মেহেইৰিবা অঞ্চলৰ ৮ খন গাঁৱক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত বর্তমানলৈ আৰ এছ এফে কোনো মন্তব্য কৰা নাই। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে জনোৱা অনুসৰি ২০২৩ ব...

November 30, 2024 6:41 PM

views 26

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে। দেশখনৰ উত্তৰ পশ্চিম অংশত বিৰোধী বাহিনীয়ে সশস্ত্র বিদ্রোহ আৰম্ভ কৰাৰ কেইদিনমানৰ পাছতে মহানগৰখনত অধিকাৰ সাব্যস্ত কৰে। ইছলামিক সন্ত্রাসবাদী গোট হায়াত তেহৰিৰ অল-ছাম আৰু ইয়াৰ বিভক্ত গোটসমূহে ইতিমধ্যে ...

November 30, 2024 12:47 PM

views 9

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি, চিন্ময় কৃষ্ণসহ ১৬জন লোকৰ বেংক একাউণ্ট বন্ধ

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দেশখনত মহম্মদ ইউনুছ চৰকাৰৰ হিন্দু বিৰোধী কাৰ্যকলাপে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়তে কালি চৰকাৰে চিন্ময় কৃষ্ণ দাসৰ বেংক একাউণ্টো বন্ধ কৰে। চিন্ময় কৃষ্ণৰ লগতে আন ১৬ জন হিন্দু লোকৰ...

November 27, 2024 7:14 PM

views 10

ইজৰাইল চৰকাৰে হিজবুল্লাৰ সৈতে ঘোষণা কৰা যুদ্ধবিৰতি চুক্তি লেবাননত কাৰ্যকৰী

ইজৰাইল চৰকাৰে হিজবুল্লাৰ সৈতে ঘোষণা কৰা যুদ্ধবিৰতি চুক্তি লেবাননত কাৰ্যকৰী হৈছে। উভয় পক্ষৰ মাজত সম্পাদিত এই চুক্তিৰ বিষয়ে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৰ কাৰ্যালয়ে যোৱানিশা সদৰি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ মধ্যস্থতাত সম্পাদিত এই চুক্তিৰ ফলত লেবাননত শেহতীয়াকৈ প্ৰায় ৩ হাজাৰ...

November 27, 2024 11:26 AM

views 15

লেবাননত হিজবুল্লাহৰে যুদ্ধবিৰতি চুক্তিত ইজৰাইল চৰকাৰৰ অনুমোদন

ইজৰাইল চৰকাৰে লেবাননত হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনাইছে। ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ কাৰ্যালয়ে যোৱা নিশা এই কথা প্রকাশ কৰিছে। আমেৰিকা আৰু ফ্ৰান্সৰ উদ্যোগত হোৱা এই যুদ্ধবিৰতি চুক্তিৰ ফলত যোৱা এটা বছৰত লেবাননত প্রায় ৩ হাজাৰ ৮০০ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰি প্ৰায় ১৬ হা...

November 24, 2024 8:04 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আই চি এ গোলকীয় সমবায় সন্মিলন মুকলি কৰিব। আন্তঃৰাষ্ট্ৰীয় সমবায় জোঁটৰ ১৩০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে গোলকীয় সমবায় সন্মিলন তথা সাধাৰণ সভা ভাৰতত অনুষ্ঠিত হ'ব। এই উপলক্ষে শ্রী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখ...

November 24, 2024 7:53 PM

views 26

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীৰ ৰোমত উপস্থিত হৈছে। তেওঁ ইটালীৰ ফিউগী ভ্ৰমণ কৰিব আৰু জি-ছেভেন বিদেশ মন্ত্ৰীৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত ভাৰতক অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ৰোমত এম ই ডি ভূমধ্য সাগৰীয় আলোচনাৰ দশম স...

November 24, 2024 6:14 PM

views 27

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণৰ বিষয়ে মন কী বাতত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত তেওঁৰ শেহতীয়া গায়েনা ভ্ৰমণৰ বিষয়ে আনন্দ প্রকাশ কৰি কয়, যে গায়েনাত এখন মিনি ইণ্ডিয়া বাস কৰে। প্ৰায় ১৪০ বছৰৰ আগতে ভাৰতীয় লোকসকলক পথাৰত কাম কৰিবলৈ বা অন্যান্য কামৰ বাবে গায়েনালৈ লৈ যোৱা হৈছিল। শ্রীমোদীয়ে কয়, যে গায়েনাত থকা ভাৰতীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।